এই চিচিটিভি ভিডিঅ’টো ওড়িশাৰ শেহতীয়া ৰেল দুৰ্ঘটনাৰ হয় নেকি ?

শেহতীয়াভাৱে পূব ভাৰতৰ ওড়িশা ৰাজ্যত তিনিখন ৰে’লৰ মাজত সংঘটিত হোৱা এক ভয়াৱহ দুৰ্ঘটনাত ২৭৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১০০০ৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছিল। ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ৰে’ল ব’ৰ্ডে কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই)ক এই মাৰাত্মক দুৰ্ঘটনাটোৰ তদন্তৰ পৰামৰ্শ দিছে। এই আচৰিত ৰেল ট্ৰেজেডীৰ পিছতে কেইবাজনো ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে বিভিন্ন পোষ্ট শ্বেয়াৰ কৰি […]

Continue Reading

যৌতুকত বাইক দাবী কৰা দৰাক কইনাৰ দেউতাকে চেণ্ডেলেৰে কোবালে ?

শেহতীয়াভাবে বিয়া এখনত এজন লোকে দৰাজনক চেণ্ডেলেৰে প্ৰহাৰ কৰা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। যৌতুকৰ নামত দুচকীয়া বাহন বিচৰাক লৈ অতিথিৰ সমুখতে কইনাৰ দেউতাকে চেণ্ডেলেৰে দৰাক প্ৰহাৰ কৰা এক মিনিট মানৰ ভিডিঅ’ ক্লিপটো বিভিন্ন চ’ছিয়েল মিডিয়াত বিয়পি পৰিছে। অসমৰো বহু লোকে সেই ভিডিঅ’টো শ্বেয়াৰ কৰা দেখা গৈছে।  তেনেকুৱা এটা টুইটত  লিখা হৈছে যে, […]

Continue Reading

মণিপুৰত সঁচাকৈ কুকি আৰু মেইতেই জনগোষ্ঠীৰ মাজত এইদৰে গুলিচালনাৰ ঘটনা ঘটিছে নেকি? 

অসমৰ চুবুৰীয়া ৰাজ্য মণিপুৰত জনজাতিকৰণক লৈ এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। পাহাৰত বাস কৰা মেইতেইসকলক জনজাতিৰ মৰ্যাদা দিয়াক লৈ উলিওৱা এক সমদলৰ পাছতে ৰাজ্যখনত এক অগ্নিগৰ্ভা পৰিস্থিতি বিৰাজ কৰে। All-Tribal Students’ Union Manipurএ মেইতেইসকলৰ জনজাতিৰ মৰ্যাদা দিয়াৰ বিৰুদ্ধে ৩ মে ২০২৩ উলিয়াইছিল এই সমদল। য’ৰ পৰা এই হিংসাত্মত ঘটনাই ভয়াৱহ ৰূপ ধাৰণ কৰে। চুৰাছান্দপুৰৰ পৰা […]

Continue Reading

ব্ৰিটেইনৰ ৰজা চাৰ্লছ তৃতীয়ৰ ৰাজ অভিষেকত ভাৰতীয় অভিনেত্ৰী সোনম কাপুৰে এইদৰে নাচিছে নেকি সঁচাকৈ?

শেহতীয়া খবৰ অনুসৰি বলীউডৰ অভিনেত্ৰী সোণম কাপুৰক আমন্ত্ৰণ জনোৱা হৈছে ব্ৰিটেইনৰ নতুন ৰজা কিং চাৰ্লছ তৃতীয়ৰ ৰাজ অভিষেকলৈ। লিয়নেল ৰিচি আৰু কেটি পেৰীৰ দৰে বিশ্বখ্যাত তাৰকাৰ সৈতে তেওঁ তাত একমাত্ৰ ভাৰতীয় চেলিব্ৰিটি হিচাপে উপস্থিত হ’ব আৰু অনুষ্ঠানত অংশগ্ৰহণ কৰিব। খবৰ অনুসৰি, অহা ৬ মে’ত লণ্ডনৰ ৱেষ্টমিনিষ্টাৰ এবে’ত পত্নী কুইন কনচৰ্ট কেমিলাৰ সৈতে আনুষ্ঠানিকভাৱে ৰজা হিচাপে […]

Continue Reading

এই ভিডিঅ’টোত নাচি থকা বৃদ্ধাগৰাকী বলিউড অভিনেত্ৰী বৈজয়ন্তীমালা হয় নেকি ? সত্যটো কি?  

শেহতীয়াভাৱে বলীউডৰ প্ৰবীন অভিনেত্ৰী বৈজয়ন্তীমালা বুলি এগৰাকী বৃদ্ধাই দ্ৰুত তালত নৃত্য কৰা ভিডিঅ’ এটা  ভাইৰেল হৈ পৰিছিল । ভিডিঅ’টোত বৃদ্ধাগৰাকীক আন কেইগৰাকীমান মহিলাই পিছফালৰ পৰা চম্ভালি থকাও দেখা গৈছে।  ৯৯ বছৰ বয়সত অভিনেত্ৰী বৈজয়ন্তীমালাই নৃত্য কৰা বুলি দাবী কৰি সেই ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে। আমাৰ ফেক্টলাইন নম্বৰ +91 90490 53770ত সেই ভিডিঅ’টো প্ৰেৰণ কৰি এগৰাকী […]

Continue Reading