FACT CHECK: প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ মৰ্ফ কৰা ফটো ভুল দাবীৰে সৈতে ভাইৰেল হৈ পৰিছে!
শেহতীয়া ভাবে অসমত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ এখন ফটো হোৱাটছএপত বহুলভাৱে প্ৰচাৰ হৈছে । ফটোখনত দেখা গৈছে যে নেত্ৰীগৰাকীয়ে ডিঙিত এটা ক্ৰছ পিন্ধি আছে । আমি আমাৰ ফেক্টলাইন নম্বৰ 9049053770ত নেত্ৰীগৰাকীয়ে সচাকৈয়ে ক্ৰছ পিন্ধি আছেনে নাই, সেই কথাৰ সত্যতা প্ৰতিপন্ন কৰিবলৈ এক অনুৰোধ লাভ কৰিছিলো। Archived Message ফেক্ট ক্ৰেছচেণ্ডয়ে ফেক্ট চেক কৰি জানিবলৈ পাৰিলে […]
Continue Reading