পথাৰত এই অদ্ভুত দেখাত পোকটোৱে কামোৰাৰ ফলত কৃষকৰ মৃত্যু হৈছে নেকি?
শেহতীয়াকৈ অসমত কিছু বিশেষ ছবি হোৱাটছএপৰ যোগেদি ভাইৰেল হৈ পৰিছে । ভাইৰেল ছবিবোৰত দেখা গৈছে এক সেউজীয়া কৃমি প্ৰকৃতিৰ পোক আৰু লগতে এজন লোকৰ মৃতদেহ দেখা গৈছে । দাবী কৰা হৈছে যে এই অদ্ভুত দেখাত পোকটোৱে কামোৰাৰ ফলত কৃষকজনৰ মৃত্যু হৈছে । আমালৈ আমাৰ হোৱাটচএপ নম্বৰতও উক্ত ভাইৰেল ফটো সম্বলিত দাবী সত্যতা নিৰূপণৰ বাবে পঠোৱা […]
Continue Reading