FACT CHECK: ভাৰতৰ জাতীয় পতাকাখন ৰাজপথত ভৰিৰে গচকা ভাইৰেল ভিডিঅ’টো ভাৰতৰ নহয়
দুমাহ ধৰি দিল্লীত অব্যাহত থকা কৃষক বিদ্ৰোহে গণৰাজ্য দিৱসৰ দিনা হিংসাত্মক ৰূপ ধাৰণ কৰে। তাৰ পিছতেই ভাৰতৰ জাতীয় পতাকাখন ৰাজপথত পদদলিত হোৱা এটা ভিডিঅ’ ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে প্ৰতিবাদকাৰীয়ে ত্ৰিৰংগ পতাকাক চুড়ান্ত অপমান কৰিছে। ভাইৰেল ভিডিঅ’টো আৰু এটা মেছেজ আমাৰ ২৪/৭ ফেক্টলাইন নম্বৰ ৯০৪৯০৫৩৭৭০ প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে সত্যতা জানিব […]
Continue Reading