জৱাহৰলাল নেহৰুৱে নিজকে দুৰ্ভাগ্যৱশতঃ হিন্দু বুলি কৈছিল নেকি?
শেহতীয়াকৈ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ বিষয়ে এটা পোষ্ট চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। এই পোষ্টটোত দাবী কৰা হৈছিল যে জৱাহৰলাল নেহৰুৱে তেওঁ শিক্ষাৰ ফালৰ পৰা মুছলমান, সংস্কৃতিৰ ফালৰ পৰা খ্ৰীষ্টান আৰু দুৰ্ভাগ্যজনকভাৱে হিন্দু বুলি কৈছিল। এই একেটা দাবী আমাৰ হোৱাটচএপ নম্বৰলৈও ফ’ৰৱাৰ্ড কৰা হৈছিল। Archived Link এইধৰণৰ পোষ্ট আমি ফেচবুকতো পালোঁ।অনুগ্ৰহ কৰি ইয়াত […]
Continue Reading
