২০২২ত পশ্চিমবংগৰ দমদমৰ ভোটকেন্দ্ৰত হোৱা ৰিগিঙৰ দৃশ্য বৰপেটা লোকসভা সমষ্টিৰ বুলি প্ৰচাৰ।  

শেহতীয়াকৈ অসমৰ হোৱাটছএপত এটা ভিডিঅ’ প্ৰচাৰ কৰা হৈছে যে শেহতীয়া লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণত বৰপেটা লোকসভা সমষ্টিৰ ভোটকেন্দ্ৰত ৰিগিং কৰা হৈছিল। আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ সেই ভিডিঅ’টো প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে সেই দাবী উত্থাপন কৰিছিল। লিখিছিল- বৰপেটা লোকসভা সমষ্টিত এনেকৈ হৈছিল ৰিগিং । Archived Link কিন্তু এই দাবী সত্য হয়নে?   আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ […]

Continue Reading

২০২২ চনতে বাবা ৰামদেৱে ৰাহুল গান্ধী সম্পৰ্কত কোৱা কথা শেহতীয়া বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াকৈ অসমৰ ফেচবুকত এটা বিশেষ ভিডিঅ’ৰ প্ৰচলন ঘটা দেখা গৈছে। সেই ভিডিঅ’টোত যোগগুৰু বাব ৰামদেৱে নেহৰু, ইন্দিৰা গান্ধী,ছোনীয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে যোগ সাধনা কৰাৰ কথা কৈছে। লগতে কৈছে যে যোগ সাধনা কৰি ৰাহুল গান্ধীয়ে যঠেষ্ট সুফল পাইছে আৰু বৰ্তমান তেখেতে যিকোনো বস্ত্ৰ পৰিধান কৰি বৰ অনায়াসে বিভিন্ন অনুষ্ঠান তথা ৰেলীত ভাগ লৈছে। সেই ভিডিঅ’টো […]

Continue Reading

২০২৩ৰ চেপ্তেম্বৰৰে দৃশ্য GMCHৰ পাহাৰত শেহতীয়াকৈ নাহৰফুটুকী ওলোৱা বুলি মিছাকৈ প্ৰচাৰ।  

শেহতীয়াকৈ অসমৰ ফেচবুকত এটা সংবাদ মাধ্যমে ৯ মে’ ২০২৪ত এটা ভিডিঅ’ শ্বেয়াৰ কৰি দাবী কৰিছে যে সেই ভিডিঅ’টো গুৱাহাটী মেডিকেল কলেজৰ সমীপৰ পাহাৰৰ। ভিডিঅ’টোত দেখা গৈছে যে নিশাৰ ভাগত এটা নাহৰফুটুকীয়ে ৰাষ্টা পাৰ হৈছে। এখন গাড়ীৰ ভিতৰৰ পৰা সেই ভিডিঅ’টো কেমেৰাত বন্দী কৰা হৈছে। ভিডিঅ’টো আপলোড কৰি লিখিছে- গুৱাহাটীৰ GMCHৰ পাহাৰত নাহৰফুটুকীৰ মুক্ত বিচৰণ। ইয়াৰ […]

Continue Reading

২০২২ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ মনোনয়ন দাখিলৰ সময়ৰ ফটো বৰ্তমানৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে মনোনয়ন দাখিল কৰা সময়ৰ বুলি প্ৰচাৰ।

শেহতীয়াকৈ অসমৰ একাংশ ফেচবুক ব্যৱহাৰকাৰীয়ে এখন বিশেষ ফটো আপলোড কৰি সেইখন দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰা সময়ৰ ফটো বুলি দাবী কৰিছে। লগতে দেশৰ ৰাষ্ট্ৰপতি দৌপদী মুৰ্মূৱে তেখেতক সংগ দিয়া বুলি লিখিছে। ফেচবুত পোষ্ট কৰি লিখিছে- দেশৰ প্ৰধানমন্ত্ৰী মোদীৰ নোমিনেচনৰ সময়ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুও লগত আছিল। কি বা […]

Continue Reading

ৰাহুল গান্ধীয়ে ৱায়ানাডৰ পৰা মনোনয়ন প্ৰত্যাহাৰ কৰা নাই। দাবীটো ভুৱা।

ৰায়বৰেলীৰ পৰা ৰাহুল গান্ধীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলি খবৰ নিশ্চিত হোৱাৰ পাছৰেপৰা ছ’চিয়েল মিডিয়াত ৰাহুল গান্ধীক কটাক্ষ কৰি বিভিন্ন পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। ফেচবুকত এটা পোষ্ট শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “বৰ্তমান পৰিৱেশ টোৱে ৰাজনীতিৰ হয়। গতিকে যিফালে চাওঁ ৰাজনীতিৰে কথা। কালি দেখিলো আমেঠীত স্মৃতি ইৰাণীৰ লগত প্ৰতিযোগিতা কৰি ২০১৯ পৰাস্ত হোৱা ৰাহুল গান্ধীয়ে […]

Continue Reading

আমেথি আৰু ৰাইবৰেলীত ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক প্ৰাৰ্থীত্ব দিয়া বুলি ভুৱা প্ৰচাৰ। 

শেহতীয়াকৈ অসমৰ একাংশ ফেচবুক ব্যৱহাৰকাৰীয়ে এখন বিশেষ প্ৰাৰ্থী তালিকা আপলোড কৰি দাবী কৰিছে যে উত্তৰ প্ৰদেশৰ দুই লোকসভা সমষ্টি অমেথি আৰু ৰাইবৰেলীৰ পৰা কংগ্ৰেছ দলে ক্ৰমে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কে.চি.ভেনুগোপালৰ স্বাক্ষৰ সম্বলিত সেই তালিকাখন আপলোড কৰি এই দাবী কৰা হৈছে। এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে সেই […]

Continue Reading

অন্ধ্ৰ প্ৰদেশৰ বিজেপি সমৰ্থকে মছজিদলৈ শিল দলিওৱা নাছিল। ভিডিঅ’টো এক বিশেষ উছৱৰ হে।  

শেহতীয়াকৈ অসমৰ হোৱাটছএপ ব্যৱহাৰকাৰীসকৰ মাজত এটি বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰা দেখা গৈছে। এটি বিশেষ অট্টালিকাৰ আশেপাশে অসংখ্য লোকে পৰস্পৰে পৰস্পৰলৈ লক্ষ্য কৰি কোনো বস্তু দলিওৱা দেখা গৈছে। আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ এগৰাকী ব্যৱহাৰকাৰীয়ে সেই ভিডিঅ’টো প্ৰেৰণ কৰি সেয়া অন্ধ্ৰ প্ৰদেশত বিজেপি সমৰ্থকে মছদিলৈ শিল দলিয়াইছিল নেকি জানিব বিচাৰিছিল। লিখিছিল- অন্ধ্ৰ প্ৰদেশত বিজেপি সমৰ্থকে […]

Continue Reading

মহেন্দ্ৰ সিং ধোনীয়ে কংগ্ৰেছক ভোট দিবলৈ আহ্বান কৰা নাছিল। কথাত বেলেগ।  

শেহতীয়াকৈ অসমৰ হোৱাটছএপ ব্যৱহাৰকাৰীসকৰ মাজত এখন বিশেষ ফটো ভাইৰেল হৈ পৰা দেখা গৈছে। ভাৰতৰ মহান ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীয়ে নিজৰ দুয়োখন হাত ওপৰলৈ উঠাই হাতৰ আঙুলিৰে কিবা এটা বিশেষ ভংগিমা প্ৰদৰ্শন কৰা দেখা গৈছে ফটোখনত। আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ এগৰাকী ব্যৱহাৰকাৰীয়ে সেই ফটোখন প্ৰেৰণ কৰি মহেন্দ্ৰ সিং ধোনীয়ে কংগ্ৰেছ দলক ভোট দিবলৈ ইংগিত কৰিছে […]

Continue Reading

এই ফটোখন ডুবাইৰ শেহতীয়া বান পৰিস্থিতিৰ নহয়।

শেহতীয়াকৈ ডুবাইত হোৱা বানপানী সম্পৰ্কে চ’ছিয়েল মিডিয়াত বহু ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ফেচবুকত এখন ফটো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “প্ৰকৃতিৰ লগত খেলা কৰাৰ শিক্ষা ডুবাইয়ে ভালকৈ পালে। বৰষুণ নহয় কাৰণে ডুবাইত cloud☁️ seeding কৰে, মানে আৰ্টিফিচিয়েল মেঘৰ সৃষ্টি কৰি বৰষুণ পেলাই। এইবাৰো কৰিছিল বহুত বাৰ cloud seeding.. তাৰ কেইদিনমান পিছত প্ৰকৃতিৰ এনেকুৱা […]

Continue Reading

২০১৮ চনত ফ্ল’ৰিডাত অহা Hurricane Michael নামৰ ঘূৰ্ণীবতাহৰ দৃশ্যকে ডুবাইৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াকৈ অসমৰ ফেচবুকত এটা ভিডিঅ’ প্ৰচাৰ কৰি দাবী কৰা হৈছে যে সেইটো অলপতে ডুবাইত হৈ যোৱা প্ৰকৃতিক দুৰ্যোগৰ ভিডিঅ’। ভিডিঅ’টো আপলোড কৰাৰ সময়ত এইদৰে ডুবাইত ধুমুহা বতাহ বলি থকা বুলি দাবী কৰি লিখিছে-ডুবাইত এতিয়াও এনেকে বলি আছে বতাহ ধুমুহা। আল্লাহে ৰক্ষা কৰক। Facebook Link । Archived Link   কিন্তু এই দাবী সত্য হয়নে?   আমি ফেক্ট […]

Continue Reading