কেৰালাৰ মল্লপুৰমৰ কালেক্টৰ ৰাণী সোইময়ীয়েই ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ বুলি কৰা দাবীৰে প্ৰচাৰিত কাহিনীটোৰ কোনো বাস্তৱ ভিত্তি নাই। এয়া এটা মালায়ালম গল্পহে।

শেহতীয়াভাবে অসমত এটা বিশেষ বাৰ্তা ভাইৰেল হৈ পৰিছে। বাৰ্তাটোত লিখা হৈছে যে কেৰালাৰ মল্লপুৰমৰ কালেক্টৰ ৰাণী সোইময়ীয়ে এসময়ত নিজৰ গাঁৱত অভ্ৰৰ খনিত কাম কৰিছিল। তেওঁৰ ঘৰ ঝাৰখণ্ডত আৰু তেওঁ অতি কষ্টকৰ এটা শৈশৱ পাৰ কৰি আহিছিল । অভ্ৰ অৰ্থাত মাইকাৰ খনিত শৈশৱতে কাম কৰিবলগীয়া হৈছিল তেওঁ। এখন মহাবিদ্যালয়ৰ একাংশ ছাত্ৰীয়ে কালেক্টৰ ৰাণী সোইময়ীক তেওঁ কিহৰ […]

Continue Reading

২০২১চনতে ওডিছাৰ মহানদীত ঘটা ঘটনাৰ দৃশ্য অসমৰ ধেমাজীৰ শেহতীয়া ঘটনা বুলি ভাইৰেল। 

শেহতীয়াভাবে অসমত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। হোৱাটছপত বিয়পি কৰিছে এই ভিডিঅ’টো। ভিডিঅ’টোত দেখা গৈছে যে প্ৰচণ্ড সোঁত থকা এখন নদীত এটা হাতী আৱদ্ধ হৈ পৰিছে আৰু সেই হাতীটোক উদ্ধাৰ কৰিবলৈ যোৱা উদ্ধাৰকাৰী দল এটাও কোবাল সোঁতত পৰি বিপদৰ সমুখিন হৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে সেয়া অসমৰ ধেমাজীৰ দৃশ্য। অৰ্থাত ব্ৰহ্মপুত্ৰ […]

Continue Reading

এমিৰেটছ এয়াৰলাইনছে কেবিন ক্ৰুৰ বাবে চাকৰিৰ বিজ্ঞাপন দিয়া নাই। সেয়া ভুৱা খবৰ।

শেহতীয়াভাবে অসমত এটা খবৰ বিয়পিছে এমিৰেট এয়াৰলাইনছে কেবিন ক্ৰুৰ পদৰ বাবে চাকৰিৰ ঘোষণা কৰিছে। আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ মেছেজ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে সেই তথ্য সত্য নে অসত্য জানিবলৈ বিচাৰিছিল। Archived Link  কিন্তু এই দাবী সত্য হয়নে?    আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি প্ৰথমতে আমি গুগলত প্ৰাসংগিক […]

Continue Reading

সঁচাকৈয়ে এই কণমানিজনীয়ে “ৰাম আয়েংগে” শীৰ্ষক হিন্দী গানটো গাইছে নেকি?

শেহতীয়াকৈ এগৰাকী কণমানি ছোৱালীয়ে ৰাম ভজন গোৱাৰ দৃশ্য ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টোত দেখা গৈছে যেন কণমানিজনীয়ে “ৰাম আয়েংগে” শীৰ্ষক হিন্দী গান এটি গাইছে আৰু বলীউডৰ সংগীত জগতৰ বহুকেইগৰাকী শিল্পীয়ে (নেহা কক্কৰ, হিমেশ ৰেছমিয়া, বিশাল দাদলানী, প্যাৰেলাল ইত্যাদি)সেয়া শুনি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “কণমানি জনি কণ্ঠত এটি সুন্দৰ গীত”। […]

Continue Reading

ইকুৱেডৰৰ পুৰণি ভিডিঅ’ গুজৰাটৰ জলপ্ৰপাতৰ দৃশ্য বুলি ভাইৰেল।

শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ লোনাৱালাৰ এক জলপ্ৰপাতত হঠাতে পানী বাঢ়ি অহাত ৫ জন লোক পানীত উটি গৈছিল আৰু পাছত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। এই ঘটনাৰ পাছত ছ’চিয়েল মিডিয়াত আন এটা একেধৰণৰ ভিডিঅ’ ভাইৰেল হৈছে য’ত এক জলপ্ৰপাতত হঠাতে পানী বাঢ়ি অহাত কেইগৰাকীমান লোক পানীত উটি যায়। দাবী কৰা হৈছে যে এই ভিডিঅ’টো গুজৰাটৰ। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ […]

Continue Reading

অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টে সোণৰ পোছাক পৰিধান কৰিছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ বিয়া ২০২৪ চনৰ ১২ জুলাইত অনুষ্ঠিত হোৱাৰ কথা। ইয়াৰ মাজতে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টে সোণালী ৰঙৰ পোছাক পৰিধান কৰা এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ফটোখন শ্বেয়াৰ কৰা ব্যৱহাৰকাৰীসকলে সমালোচনা কৰিছে যে আম্বানীৰ পুত্ৰ আৰু বোৱাৰীয়ে সোণৰ পোছাক পিন্ধিছে। ফেচবুকত এই ফটোখন বহুলভাৱে শ্বেয়াৰ কৰা দেখা গৈছে। Facebook […]

Continue Reading

ডেভিদ মিলাৰে টি২০ৰ পৰা অৱসৰ ঘোষণা কৰা কথাটো সত্য নহয়। এয়া এক উৰাবতৰি হে। 

শেহতীয়াভাবে অসমত এটা খবৰ বিয়পিছে যে দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ ডেভিদ মিলাৰে টি২০ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ মেছেজ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে সেই তথ্য সত্য নে অসত্য জানিবলৈ বিচাৰিছিল। Archived Link  কিন্তু এই দাবী সত্য হয়নে?    আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি প্ৰথমতে […]

Continue Reading

ফটোত দেখা ঘৰটো কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম হোৱা ঘৰ নহয়, সেইটো গোলাপ ৰাভাৰ হে ঘৰ।

শেহতীয়াভাবে অসমত এখন বিশেষ ফটো প্ৰচাৰ কৰা হৈছে। এটা ফেচবুক পেজত ফটোখন আপলোড কৰি দাবী কৰা হৈছে যে সেইখন কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ওপজা ঘৰ।     Facebook Link । Archived Link  কিন্তু এই দাবী সত্য হয়নে?    আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি প্ৰথমতে আমি সেই সন্দৰ্ভত প্ৰাসংগিক শব্দৰে […]

Continue Reading

ৱাডিলালৰ আইচক্ৰীমত গো-মাংস ব্যৱহাৰ কৰা বুলি ওলোৱা দাবীটো মিছা।

শেহতীয়াভাবে অসমত এখন ফটো ভাইৰেল হৈ পৰিছে। ৱাডিলাল নামৰ আইক্ৰীম কোম্পানীটোৰ এটি বিশেষ আইচক্ৰীমত গো-মাংস ব্যৱহাৰ কৰা বুলি দাবী কৰি সেই ফটোখন ভাইৰেল কৰা হৈছে। এগৰাকী ব্যৱহাৰকাৰীয়ে আমাৰ 24/7 ফেক্টলাইন নম্বৰলৈ সেই ফটোখন প্ৰেৰণ কৰি ৱাডিলাল আইক্ৰীমত গো-মাংস ব্যৱহাৰ কৰা হৈছে নেকি সঁচাকৈয়ে, সেই কথা জনাৰ আগ্ৰহ প্ৰকাশ কৰে।  Archived Link  কিন্তু এই দাবী সত্য […]

Continue Reading

ওপৰৰ পৰা পানী পৰা ডবাটো আচলতে গৰীৱ ৰথ এক্সপ্ৰেছৰহে। বন্দে ভাৰত এক্সপ্ৰেছৰ নহয়।

শেহতীয়াভাবে অসমত এটি বিশেষ ভিডিঅ’ প্ৰচাৰ হৈছে । ভিডিঅ’টোত দেখা গৈছে যে এখন ৰেলগাড়ীৰ বাতানুকুল ডবা এটাৰ ভিতৰত ওপৰৰ পৰা পানী নিগৰি পৰিছে। দাবী কৰা হৈছে যে সেই ৰেলগাড়ীখন হৈছে বন্দে ভাৰত এক্সপ্ৰেছ। অসমৰ এটা সংবাদ প্ৰতিস্থানৰ ফেচবুকৰ পেজত ২৯ জুন ২০২৪ত সেই ভিডিঅ’টো বন্দে ভাৰত এক্সপ্ৰেছৰ ভিতৰত পানী পৰিছে বুলি দাবী কৰি আপলোড কৰা […]

Continue Reading