টাজিকিস্তানৰ ৰেষ্টুৰেণ্টত জুই লগা দৃশ্যকে ইজৰাইলৰ গৃহ বিভাগৰ মুখ্য কাৰ্যালয়ত ইৰাণৰ মিছাইল আক্ৰমণ বুলি মিছাকৈ প্ৰচাৰ। 

শেহতীয়াভাৱে ইজৰাইল আৰু ইৰাণৰ মাজত চলা যুদ্ধৰ লগত সংগতি ৰাখি সামাজিক মাধ্যমত বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। অসমৰ এগৰাকী ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া ইৰাণে ইজৰাইলৰ গৃহ বিভাগৰ মুখ্য কাৰ্যালয় মিছাইল আক্ৰমণেৰে ধ্বস কৰি দিয়া দৃশ্য।   Instagram Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই […]

Continue Reading

২০২৩চনৰে এখন ফটো শেহতীয়াকৈ ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে মাটিৰ তলত আশ্ৰয় লোৱা বুলি বুলি মিছাকৈ প্ৰচাৰ। 

শেহতীয়াভাৱে ইজৰাইল আৰু ইৰাণৰ মাজত চলা যুদ্ধৰ লগত সংগতি ৰাখি সামাজিক মাধ্যমত বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। অসমৰ ফেচবুকতো তেনেকুৱা ফটো আৰু ভিডিঅ’ বিয়পি পৰা আমাৰ দৃষ্টিগোচৰ হৈছে। অসমৰ এটা ফেচবুক পেজে যুদ্ধৰ সময়চোৱাত এখন ফটো আপলোড কৰি দাবী কৰিছে যে ইজৰাইলৰ প্ৰধানমন্ত্ৰী আৰু নাগৰিকে মাটিৰ ৬০ফুট তলত বাংকাৰ সাজি আইডিএফৰ মুখ্য কাৰ্যালয়ত […]

Continue Reading

১৫জুলাইৰ পৰা দুচকীয়া বাহনেও টোলটেক্স দিব লাগিব বুলি মিছাকৈ প্ৰচাৰ। 

শেহতীয়াভাৱে অসমৰ একাধিক সংবাদ প্ৰতিষ্ঠানে বাতৰিৰ জৰিয়তে তথা ফেচবুক ব্যৱহাৰকাৰী পোষ্টৰ জৰিয়তে দাবী কৰিছে যে অহা ১৫জুলাই ২০২৫ৰ পৰা মটৰ চাইকেল তথা স্কুটী আৰোহীয়েও দিব লাগিব টোলটেক্স। তেনেকুৱা এক বাতৰিৰ খণ্ডচিত্ৰ তলত দেখুওৱা হৈছে।   Facebook Link Archived Link আন এক সংবাদ প্ৰতিষ্ঠানেও একেই দাবী কৰি বাতৰি পৰিবেশন কৰিছে। Facebook Link Archived Link Facebook Link Archived […]

Continue Reading

এটা অট্টালিকাত অগ্নিকাণ্ড ঘটা এই ভিডিঅ’টোৰ সৈতে আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ কোনো সম্পৰ্ক নাই। 

শেহতীয়াভাৱে অসমৰ ইনষ্টাগ্ৰামত এগৰাকী ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেয়া শেহতীয়া আহমেদাবাদ দুৰ্ঘটনাৰ সময়ৰ দৃশ্য বুলি দাবী কৰা হৈছে।   Instagram Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণীতে আমি ভাইৰেল ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। ফলত আমি ২০২৫ চনৰ […]

Continue Reading

ভিডিঅ’টোত প্লাষ্টিকৰ চাউল উৎপাদন কৰাৰ দৃশ্য দেখুওৱা হৈছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে সেয়া প্লাষ্টিকৰ চাউল উৎপাদন কৰাৰ দৃশ্য। Facebook Link | Archived Link  কিন্তু সঁচাকৈয়ে সেয়া প্লাষ্টিকৰ চাউল হয়নে?  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া […]

Continue Reading

পুৰণি অপ্ৰাসংগিক ভিডিঅ’ এয়াৰ ইণ্ডিয়াৰ বিমান এ আই ১৭১ৰ ক্ৰুৰ বুলি ভাইৰেল।

২০২৫ চনৰ ১২ জুনত আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান এআই ১৭১ৰ কেবিন ক্ৰুৰ শেষৰটো ৰীল বুলি দাবী কৰি এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি ভাইৰেল ভিডিঅ’টোৰ পৰা স্ক্ৰীণশ্বট লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি আমাৰ অনুসন্ধান […]

Continue Reading

কেবিনত ধোঁৱাৰ সৃষ্টি হোৱা এই ভিডিঅ’টোৰ আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ লগত সম্পৰ্ক নাই। 

শেহতীয়াভাৱে অসমৰ ইনষ্টাগ্ৰামত এগৰাকী ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি কেপছনত লিখিছে -আহমেদাবাদত বিমান দুৰ্ঘটনাৰ Live দৃশ্য। ভিডিঅ’টোৰে সেয়া শেহতীয়া আহমেদাবাদ দুৰ্ঘটনাৰ বিমানখনৰ ভিতৰভাগৰ দৃশ্য বুলি দাবী কৰা হৈছে।   Instagram Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণীতে আমি ভাইৰেল ভিডিঅ’টোৰ […]

Continue Reading

পুৰণি অপ্ৰাসংগিক ভিডিঅ’ আহমেদাবাদৰ শেহতীয়া বিমান দুৰ্ঘটনাৰ বুলি ভাইৰেল।

এখন বিমানৰ ভিতৰত যাত্ৰীসকলে ইছলামিক প্ৰাৰ্থনা গোৱা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে সেয়া আহমেদাবাদত শেহতীয়াকৈ দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখনৰ দৃশ্য। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পূৰ্বে বিমানত সকলো যাত্ৰীৰ মুখত আল্লাহৰ নাম।” Instagram Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত […]

Continue Reading

এই কফিনসমূহ আহমেদাবাদৰ শেহতীয়া বিমান দুৰ্ঘটনাত নিহতসকলৰ নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

যোৱা ১২ জুনত আহমেদাবাদ-লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হয়। এই পৰিপ্ৰেক্ষিতত শাৰী শাৰীকৈ থোৱা বহু কফিনৰ ভিডিঅ’ আহমেদাবাদৰ দুৰ্ঘটনাত নিহতসকলৰ মৃতদেহ বুলি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।  Instagram Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ […]

Continue Reading

দুখন পুৰণি ফটোকে ১৫জুন,২০২৫ৰ কেদাৰনাথ হেলিকপ্তাৰ দুৰ্ঘটনাৰ ফটো বুলি মিছাকৈ  প্ৰচাৰ।

শেহতীয়াভাৱে যোৱা ১৫ জুন, ২০২৫ত কেদাৰনাথত হোৱা হেলিকপ্তাৰ দুৰ্ঘটনাত এটি ২৩মহীয়া শিশুৰ সৈতে মুঠ ৭জন লোকৰ দেহাৱসান ঘটিছিল। সেই সময়ত হেলিকপ্তাৰ দুৰ্ঘটনাৰ দৃশ্য বুলি কিছুমান আলোকচিত্ৰ সামাজিক মাধ্যমত প্ৰচাৰ কৰা হৈছিল। অসমৰ এটা সংবাদ প্ৰতিষ্ঠানে পৰিবেশন কৰা এটা বাতৰিত এখন বগা আৰু নীলা ৰঙৰ দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্তাৰৰ ফটো দেখুওৱা হৈছে। দাবী কৰিছে যে সেয়া ১৫জুনত হোৱা […]

Continue Reading