এই ভিডিঅ’টোত থকা এটা দৃশ্যও ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ নহয়। 

যোৱা ৩০ জুলাই ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভিডিঅ’ত দেখুওৱা দৃশ্যসমূহ ৰাছিয়াত হোৱা শেহতীয়া ৮.৭ ৰিখটাৰ প্ৰাবল্যৰ ভূমিকম্পৰ সময় দৃশ্য। ৩০ চেকেণ্ডৰ এই ভিডিঅ’টোত মুঠ ছয়টা ভিন্ন দৃশ্য আছে। ভিডিঅ’টোত টেক্সট ওভাৰলে’ কৰি সেই দৃশ্যসমূহ ২৯জুলাইৰ ৰাছিয়াৰ ভূমিকম্পৰ সময়ৰ বুলি দাবী কৰিছে। লিখিছে- ৰাছিয়াত যোৱা কালি হোৱা ৮.৮ […]

Continue Reading

ম্যানমাৰৰ পুৰণি ভিডিঅ’ ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য বুলি ভাইৰেল।

২০২৫ চনৰ ৩০ জুলাইৰ ৰাতিপুৱা ৰাছিয়াৰ কামছট্কা পেনিনছুলা (Kamchatka Peninsula) ৮.৮ প্ৰাৱল্যৰ ভূমিকম্প‌ই জোকাৰি যায় যাৰ ফলত জাপান, হাৱাই আৰু আমেৰিকাৰ পশ্চিম উপকূলত ছুনামীৰ সৃষ্টি হৈছে। এই পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে বিভিন্ন ফটো আৰু ভিডিঅ’। তেনে এটা ভিডিঅ’ আমাৰ দৃষ্টিগোচৰ হ’ল য’ত দেখা গৈছে কোনো এক বিপনীত ভূমিকম্পৰ তীব্ৰ জোকাৰণিয়ে আলমিৰা তথা আন বয়-বস্তু […]

Continue Reading

পেচাদাৰী অভিনেতাৰে অভিনীত চিত্ৰনাট্যযুক্ত ভিডিঅ’ৰে সেনা জোৱানে গৰ্ভৱতী মহিলাক সহায় কৰা বুলি মিছাকৈ প্ৰচাৰ।  

শেহতীয়াভাৱে যোৱা ২৬ জুলাই ২০২৫ত অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে দৃশ্যত দেখাৰ দৰে এগৰাকী গৰ্ভৱতী মহিলাক ভাৰতীয় সেনাৰ এগৰাকী জোৱানে আহি সহায় কৰিছে। ভিডিঅ’টো আপলোড কৰি তাত লিখিছে এইদৰে- আৰ্মী জনৰ মানৱীয়তা দেখিলে আপোনাৰো চকুলো নিগৰিব__ সঁচাকৈ দেশভক্ত আৰ্মীৰ হৃদয়খন বৰ কোমল… চিচি টিভিৰ কেমেৰাত আৱদ্ধ এজন ভাৰতীয় আৰ্মীৰ […]

Continue Reading

ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণৰ ভিডিঅ’ থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত শেহতীয়াকৈ হোৱা সংঘৰ্ষৰ দৃশ্য বুলি ভাইৰেল।

যোৱা ২৪ জুলাইত থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ ফলত দীৰ্ঘদিনীয়া সীমা বিবাদ তীব্ৰতৰ হৈ পৰে। খবৰ অনুসৰি থাইলেণ্ডত কমেও ১৯ জন লোক (১৪ জন সাধাৰণ নাগৰিক আৰু ৬ জন সৈনিক) নিহত হয়, আৰু কম্বোডিয়াত ১৩ জন লোকৰ(৮ জন সাধাৰণ নাগৰিক আৰু ৫ জন সৈনিক) মৃত্যু হয়। বিবাদিত সীমান্তৰ ১২টা স্থানত সংঘৰ্ষ সংঘটিত হৈছে। […]

Continue Reading

বিহাৰৰ এজন অধিবক্তাক আৰক্ষীয়ে টানি নিয়া দৃশ্যকে অসমৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰা দৃশ্য বুলি মিছাকৈ প্ৰচাৰ।  

শেহতীয়াভাৱে যোৱা ২০ জুলাই ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে। ভিডিঅ’টোত দেখা গৈছে যে আৰক্ষী-প্ৰশাসনৰ লোকে এগৰাকী ক’লা চ্যুট পৰিহিত লোকক বলপূৰ্বক টানি লৈ গৈছে। সেই দৃশ্যটো আপলোড কৰি সেয়া অসমৰ মুখ্যমন্ত্ৰী বুলি দাবী কৰিছে ব্যৱহাৰকাৰীজনে।    Facebook Link Archived Link […]

Continue Reading

AI Generated ভিডিঅ’কে মাত্ৰাধিক পাপ কৰা লোকৰ ভিডিঅ’ বুলি মিছাকৈ প্ৰচাৰ। 

শেহতীয়াভাৱে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভিডিঅ’ত দেখা শীৰ্ণকায়,আলৰ বুঢ়া ব্যক্তিগৰাকী হৈছে এগৰাকী পাপ কৰা ব্যক্তি, যিয়ে মাত্ৰাধিক পাপ কৰাৰ বাবে তেওঁৰ এই অৱস্থা হৈছে। ফেচবুক ব্যৱহাকাৰীজনে কেমেৰাৰ সমুখত নিজমুখে অসমীয়া ভাষাত সেই দাবী  কৰিছে।    Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা […]

Continue Reading

AI Generated ভিডিঅ’ ব্যৱহাৰ কৰি কেডাৰনাথত বাছ দুৰ্ঘটনা হোৱা বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে বাছ দুৰ্ঘটনাৰ এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেইটো কেডাৰনাথলৈ যোৱা এখন যাত্ৰীবাহী বাছৰ দুৰ্ঘটনাৰ ভিডিঅ’। ভিডিঅ’টোত ব্যৱহাৰকাৰীজনে নিজেই কেমেৰাৰ সমুখত সেই দাবী উত্থাপন কৰিছে।     Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণীতে […]

Continue Reading

মধ্য প্ৰদেশৰ প্ৰায় ১১০বছৰীয়া চিয়াৰাম বাবা নামৰ ব্যক্তিগৰাকীৰ বয়স ৩০০ বছৰ বুলি মিছাকৈ প্ৰচাৰ। 

শেহতীয়াভাৱে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেই ভিডিঅ’টোত দেখা শীৰ্ণকায় বৃদ্ধ ব্যক্তিগৰাকীৰ বয়স ৩০০ বছৰ।     Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণীতে আমি ভাইৰেল ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিছিলোঁ। এই সন্ধানে […]

Continue Reading

AI Generated ভিডিঅ’ৰে গোৱাত ভূমিকম্প অহা দৃশ্য বুলি মিছাকৈ প্ৰচাৰ। 

শেহতীয়াভাৱে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে  যোৱা ১৫জুন ২০২৫ত ৰাতিপুৱা ৬ বজাত গোৱাত হোৱা এক ভূমিকম্পত ৭০  হেজাৰ লোকৰ মৃত্যু ঘটিছে। ভিডিঅ’টোত দেখা গৈছে যে বৰ বৰ অট্টালিকা খহি পৰিছে আৰু বিভিন্ন লোক তথা যান বাহন তীব্ৰ গতিত অহা-যোৱা কৰিছে।  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি […]

Continue Reading

এই ব্যক্তিজনৰ বয়স ৩৫০ বছৰ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াভাৱে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভিডিঅ’ত দেখা শীৰ্ণকায়,আলৰ বুঢ়া ব্যক্তিগৰাকীৰ বয়স ৩৫০ বছৰ আৰু তেওঁ নিজৰ ৭ম ভতিজাকৰ কোলাত বহি আছে। ফেচবুক ব্যৱহাকাৰীজনে কেমেৰাৰ সমুখত নিজমুখে অসমীয়া ভাষাত সেই দাবী  কৰিছে।    Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত […]

Continue Reading