FACT CHECK: ক’ভিড-১৯ কেছৰ সংখ্যা বঢ়াৰ বাবে স্কুল-কলেজ ২০ নৱেম্বৰৰ পৰা বন্ধ কৰি দিয়া হৈছে বুলি মুখ্যমন্ত্ৰীয়ে টুইট কৰা নাই!

অসমত শেহতীয়াকৈ ক’ভিড-১৯’ত আক্ৰান্ত ৰোগীৰ সংখ্যা কিছু পৰিমাণে পুনৰ বঢ়া দেখা গৈছে । বিশেষকৈ কামৰূপ(মেট্ৰ) জিলাত ৰোগীৰ সংখ্যাৰ ক্ষেত্ৰত পুনৰ কিছু উত্থান দেখা গৈছে । এনে সময়তে ক’ভিড-১৯ সম্পৰ্কীয় এটা বিশেষ স্ক্ৰিনশ্বট ভাইৰেল হৈ পৰিছে । দাবী কৰা হৈছে যে এইয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক টুইটৰ স্ক্ৰিনশ্বট হয় । উক্ত সন্দেহজনক টুইটটোত কোৱা […]

Continue Reading

EXPLAINER: জীৱন্ত কৰ’ণা ভাইৰাছ ভৰলু আৰু বাহিনী নৈত পোৱা গৈছে নেকি?

আইআইটি গান্ধীনগৰৰ এক গৱেষণাৰ ফলাফলে শেহতীয়াভাৱে সংবাদ শিৰোনাম দখল কৰাৰ লগতে সকলোতে আতংকৰ সৃষ্টি কৰিছে।  এই গৱেষণাৰ উদ্ধৃতি দি সংবাদ প্ৰতিস্থানৰ ৱেবচাইটে বাতৰি কৰিছে যে বিজ্ঞানীসকলে কৰ’ণাভাইৰাছৰ অৱশেষ লাভ কৰিছে গুজৰাটৰ আহমেদাবাদৰ সাৱৰমতি নদীত আৰু গুৱাহাটীৰ ভৰলু আৰু বাহিনী নদীত।  এই খবৰে ভাইৰেল মেছেজ আৰু পোষ্টৰ ৰূপত ‘কৰ’ণাভাইৰাছ খোৱাপানীত পোৱা গৈছে’ বুলি দাবী কৰি ছ’চিয়েল […]

Continue Reading

FACT CHECK: এই ফটোখন বিশ্বৰ ভিন্ন প্ৰান্তত কোভিড১৯ত মৃত্যু ঘটা স্বাস্থ্যকৰ্মীসকলৰ ফটোৰে প্ৰস্তুত কৰি তোলা হোৱা নাই।

সমগ্ৰ বিশ্বৰ লগতে প্ৰায় গোটেই দেশখনকে কৰ’ণাভাইৰছ মহামাৰীয়ে স্থৱিৰ কৰি তুলিছে আৰু কোনো কোনো প্ৰান্তত বহু সংখ্যক আক্ৰান্তৰ খবৰ দৈনিক আহি আছে। দিনে নিশাই বিৰামহীনভাৱে কাম কৰি থকা স্বাস্থ্য কৰ্মীসকলৰ ভিতৰত বহুতো ডাক্তৰ,নাৰ্ছ আৰু আন কৰ্মীয়ো এই ভাইৰাছৰ সংক্ৰমনৰ কৱলত পৰি এই মহামাৰীৰ ভুক্তভোগী হৈ পৰিছৰ। এই প্ৰেক্ষাপটতেই ফেচবুকৰ লগতে আন আন ছোচিয়েল মিডিয়া প্লেটফৰ্মত […]

Continue Reading

FACT CHECK: আৰ্চেনিকাম এলবাম ৩০ নামৰ দৰৱটো খালে ক’ৰনা ভাইৰাছ ৰোগৰ পৰা বাচিব পাৰি নেকি?

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি অধিক মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈ আছে । ছচিয়েল মিডিয়াত ক’ৰনা ভাইৰাছৰ বিষয়ে না না উৰা বাতৰি বিয়পিব ধৰিছে ।  […]

Continue Reading

FACT CHECK: কোভিড১৯ত মাক দেউতাকৰ মৃত্যু ঘটা দুগৰাকী কনমানি ছোৱালীক সন্তান ৰূপে তুলি ল’ব লাগে বুলি ভূৱা মেছেজ ভাইৰেল

শেহতীয়াভাৱে কোভিড১৯ত মাক দেউতাকৰ মৃত্যু ঘটা বুলি কৈ দুগৰাকী নাবালিকা কনমানি কন্যাক তুলি ল’ব বিচৰা ইচ্ছুক অভিভাৱকৰ আগ্ৰহ বিচাৰি এটা মেছেজ ভাইৰেল কৰা হৈছে।  অসমত হোৱাটছএপত মেছেজটো ভাইৰেল হৈছে আৰু তাত এখন ফটো দিয়া হৈছে। লগতে লিখা হৈছে:  “তুলি লোৱাৰ বাবে:  যদি কোনোবাই এগৰাকী কন্যাক তুলি ল’ব বিচাৰে,তেনেহ’লে …নম্বৰত ফোন কৰিবলৈ নাপাহৰিব(প্ৰিয়ংকা)। এজনী তিনি দিনীয়া […]

Continue Reading

FACT CHECK: ২০ চেকেণ্ডৰ বাবে উশাহ বন্ধ কৰাটোৱে আপুনি কোভিড ১৯ত আক্ৰান্ত হৈছে নে নাই সেই কথা নিশ্চিত নকৰে

অনলনাইন চলি থকা অসংখ্য ভুল তথ্যৰ মাজতে আপোনাৰ কোভিড ১৯ হৈছেনে নাই তাক চোৱাৰ এটা আত্ম-পৰীক্ষা পদ্ধতি বিভিন্ন ছোচিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈ পৰিছে। এই সাধাৰণ আত্ম-পৰীক্ষাটোৰ মতে মানুহে ২০ চেকেণ্ডৰ বাবে নিজৰ উশাহটো ধৰি ৰাখি নিজৰ কোভিড ১৯ হৈছে নে নাই জানিব পাৰে। ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই আমাৰ চৌব্বিশ ঘন্টীয়া ফেক্টলাইন নম্বৰ ৯০৪৯০৫৩৭৭০লৈ ইয়াৰ সত্যতা […]

Continue Reading