অম্বুবাচী মেলা উপলক্ষে ২৭জুন ২০২৩ তাৰিখে চৰকাৰে স্থানীয় বন্ধ ঘোষণা কৰিছিল নেকি? সত্যটো কি?

শেহতীয়াভাৱে গুৱাহাটীস্থিত মা কামাখ্যা দেৱালয়ৰ বাৰ্ষিক অম্বুবাচী মেলাৰ অন্ত পৰিছে। দেশ বিদেশৰ ভক্তসকলে এই মেলাত প্ৰতিবছৰে অংশগ্ৰহণ কৰি মা কামাখ্যাৰ আশীষ গ্ৰহণ কৰাটো এক চিৰ পৰিচিত পৰম্পৰা। এইবাৰো ইয়াৰ ব্যতিক্ৰম হোৱা নাছিল। অম্বুবাচী মেলাক কেন্দ্ৰ কৰি কামৰূপ মেট্ৰে জিলা প্ৰশাসনে বিভিন্ন বিধি ব্যৱস্থা কৰিছিল। সুকলমে কোনো বাধা বিধিনি নোহোৱাকৈ মেলাৰ অন্ত পৰে। কিন্তু ইয়াৰ মাজতে […]

Continue Reading

বিপৰ্যয় ঘূৰ্ণীবতাহত ৰাজস্থানত টিনৰ বিলবোৰ্ড খহি পৰি মানুহ দুটুকুৰা হৈছে নেকি? সত্যটো কি? 

গুজৰাটত বিধ্বংসী ৰূপ ধাৰণ কৰাৰ পাছত ঘূৰ্ণীবতাহ ‘বিপৰ্যয়ে’ ৰাজস্থানত বিধ্বংসী ৰূপ ধাৰণ কৰিছিল। ৰাজ্যখনৰ বহু জিলাত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে বতৰ বিজ্ঞান বিভাগে ৰেড এলাৰ্ট আৰু ওৰেঞ্জ এলাৰ্ট জাৰি কৰিছিল। এনে পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে, য’ত ধুমুহাৰ মাজত চলন্ত বাহনৰ ওপৰত এখন টিনৰ শ্বেড উৰি আহি খুন্দা মৰা দেখা গৈছে। এই […]

Continue Reading

প্ৰধানমন্ত্ৰী মোদীৰ শেহতীয়া আমেৰিকা ভ্ৰমণৰ সময়ত ব্যাপক প্ৰতিবাদ হৈছে নেকি? সত্যটো কি?

 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ২০ জুন,২০২৩ত আমেৰিকা ভ্ৰমণৰ প্ৰথম পৰ্যায়ত নিউয়ৰ্কত উপস্থিত হয়। ২১ জুনত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ নেতৃত্ব লয় মোদীয়ে। তাৰ পাছত ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে এক দ্বিপাক্ষিক আলোচনাত মিলিত হয় ৱাশ্বিংটনত।  এই প্ৰেক্ষাপটতে,মোদী বিৰোধী কিছুমান পোষ্টাৰৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু শেহতীয়াকৈ মোদীৰ আমেৰিকা ভ্ৰমণৰ মাজতে সেইবোৰ […]

Continue Reading

ঘূৰ্ণীবতাহ ‘বিপৰ্যয়’ৰ প্ৰভাৱত ওড়িশাৰ পুৰীৰ সাগৰ তীৰত এইদৰে মাছৰ উজান উঠিছে নেকি? সত্যটো কি?

শেহতীয়াভাৱে ইণ্টাৰনেটত ভাইৰেল হৈ আছে এটা  বিশেষ ভিডিঅ’। ভিডিঅ’টোত দেখা গৈছে এখন সাগৰৰ পাৰত অসংখ্য মাছৰ উজান উঠিছে। কেইগৰাকীমান লোকে সেই মাছৰ গোটটোৰ পৰা মাছ সংগ্ৰহ কৰিবলৈ চেষ্টা কৰা দেখা গৈছে। যদিও ঘূৰ্ণীবতাহ ‘বিপৰ্যয়’ বৰ্তমান দুৰ্বল হৈ পৰিছে; তথাপিও বহুটো ভুৱা ভিডিঅ’ আৰু ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি থকা হৈছে। এতিয়া ঘূৰ্ণীবতাহ ‘বিপৰ্যয়’ৰ পাছত ওড়িশা […]

Continue Reading

হাজাৰ হাজাৰ মানুহে একেলগে ভিৰ কৰা এই ওলমা দলংখন সঁচাকৈয়ে ভাৰতৰ নে? সত্যটো কি?

শেহতীয়াভাৱে ইণ্টাৰনেটত, বিশেষকৈ টুইটাৰত ভাইৰেল হৈ আছে এটা  বিশেষ ভিডিঅ’। ভিডিঅ’টোত আপুনি এখন ওলমা দলঙৰ ওপৰত বহু লোকে ভিৰ কৰা দেখা পাব। ভিডিঅ’টোত এই দৃশ্যটো ভাৰতৰ বুলি দাবী কৰা হৈছে। এনে ওলমা দলঙত ইমানবোৰ মানুহৰ উপস্থিতিৰ বাবে ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে ভাৰত চৰকাৰক দোষাৰোপ কৰিছে। ভাইৰেল হোৱা টুইটটোত ব্যৱহাৰকাৰীয়ে কেপছনত লিখিছে, “আমাৰ দেশৰ এই অৱস্থা, যদি দলংখন […]

Continue Reading

ম্যানমাৰৰ পুৰণি ফটো মণিপুৰৰ বুলি ‘আমাৰ অসম’ কাকতত প্ৰকাশ। চ’ছিয়েল মিডিয়াত ভাইৰেল বাতৰি।

অসমৰ চুবুৰীয়া ৰাজ্য মণিপুৰৰ পৰিস্থিতি বৰ্তমানো উত্তপ্ত আৰু অশান্ত। মূলতঃ জনজাতিকৰণক কেন্দ্ৰ কৰি প্ৰায় ডেৰ মাহ আগতেই আৰম্ভ হোৱা গোষ্ঠীসংঘৰ্ষৰ অৱসান এতিয়াও ঘটা নাই। নিতৌ নতুন হিংসাত্মক ঘটনাৰ খবৰ লাভ কৰি থকা হৈছে। কুকী আৰু মেইটেই জনগোষ্ঠীৰ মাজৰ এই সংঘৰ্ষই কেতিয়া এক সমাধানৰ পথ দেখিব, সেই কথা এই মুহুৰ্ততে ক’ব পৰা হোৱা নাই। তেনে এক […]

Continue Reading

আটলাণ্টিক মহাসাগৰৰ পুৰণি ভিডিঅ’কে শেহতীয়া ‘বিপৰ্যয়’ ঘূৰ্ণীবতাহৰ বুলি ভাইৰেল কৰা হৈছে। সত্যটো জানক।

শেহতীয়াভাৱে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া তথ্য অনুসৰি যোৱা ১৫ জুনতে ঘূৰ্ণীবতাহ ‘বিপৰ্যয়ে’ গুজৰাটৰ সৌৰাষ্ট্ৰ আৰু কুচ অঞ্চল আৰু পাকিস্তানৰ কাষৰীয়া ইয়াৰ উপকূলৱৰ্তী অঞ্চলৰ স্থলভাগত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছিল। ঘূৰ্ণীবতাহৰ ফলত ভাৰতৰ অন্যান্য অঞ্চলত যথেষ্ট বৰষুণ হৈছে। এই পৰিস্থিতিৰ মাজতে আমি সাগৰৰ মাজত এখন জাহাজ আৱদ্ধ হৈ দোল খাই থকা এটা ভিডিঅ’ চ’ছিয়েল মিডিয়াত ভাইৰেল […]

Continue Reading

স্পেইনৰ পুৰণি ভিডিঅ’কে গুজৰাটৰ ‘বিপৰ্যয়’ ঘূৰ্ণীবতাহৰ ভিডিঅ’ বুলি শ্বেয়াৰ কৰা হৈছে।

যোৱা ১১ জুন ২০২৩ত অতিশয় শক্তিশালী ঘূৰ্ণীবতাহ ‘বিপৰ্যয়’ হৈছে বিগত প্ৰায় ৬০টা বছৰৰ ভিতৰত পশ্চিম উপকূলত প্ৰভাৱ পেলোৱা তৃতীয়টো ঘূৰ্ণীবতাহ। আই.এম.ডি. (IMD)ৰ মুৰব্বী সুনীল কাম্বলেই ১৫ জুনত জানিবলৈ দিয়া মতে বিপৰ্যয় বৰ্তমান মুম্বাইৰ পৰা আঁতৰত আছে। এই ঘূৰ্ণীবতাহ আৰু ধুমুহাই ১৫ জুনত মাণ্ডৱী আৰু কৰাচীৰ মাজৰ স্থলপথত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে। তদুপৰি ২৪ ঘন্টাৰ ভিতৰত […]

Continue Reading

APDCLএ সঁচাকৈ ধনী মানুহকহে মোবাইল আৰু ইনভাৰ্টাৰ ছাৰ্জ কৰিবলৈ দিনটোত ৪ঘণ্টা কাৰেণ্ট দিব নেকি? সত্যটো জানক।

অতি শেহতীয়াভাৱে অসমৰ ফেচবুক এটা পেজ আমাৰ অসম24 এ পোষ্টত উল্লেখ কৰিছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমূকৈ APDCLএ অসমৰ ধনী মানুহবোৰৰ বাবে কেৱল ৪ঘণ্টা বিজুলী যোগান ধৰিব যাতে তেওঁলোকে ইনভাৰ্টাৰ আৰু মোবাইল ছাৰ্জ কৰিব পাৰে। পোষ্টটোত লিখা হৈছে যে , “ধনীসকলৰ বাবে সুখৱৰ ! ৪ ঘণ্টাকৈ বিজুলী যোগান ধৰিব ইনভাৰ্টাৰ আৰু চাৰ্জিং বেটাৰীত চাৰ্জ […]

Continue Reading

সঁচাকৈ ড্ৰাগছ কঢ়িয়াই গ্ৰেপ্তাৰ হোৱা এই দুগৰাকী মহিলা কুকী সম্প্ৰদায়ৰ নেকি? সত্যটো জানক।

অতি শেহতীয়াভাৱে ফেচবুক এটা পোষ্টত ড্ৰাগছ সৰবৰাহৰ অভিযোগত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুগৰাকী মহিলাৰ ফটো শ্বেয়াৰ কৰা হৈছে। পোষ্টটোত এই মহিলাদুগৰাকীক মণিপুৰৰ কুকি জনগোষ্ঠীৰ বুলি দাবী কৰা হৈছিল। মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত চলি থকা উত্তেজনাৰ পৰিবেশৰ মাজতে প্ৰচাৰিত এই পোষ্টটোত মেইটেই ভাষাত এটা কেপচন দিয়া হৈছিল।  Facebook Link । Archived Link আমি ফেক্ট ক্ৰেছেণ্ডো […]

Continue Reading