প্ৰসিদ্ধ অভিনেতা জেকী ছানৰ মৃত্যু ঘটা নাই। ই এটা উৰা-বাতৰিহে।

২৫ আগষ্ট ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশ্বৰ প্ৰসিদ্ধ অভিনেতা জেকী ছানৰ ফটোৰ এখন ক’লাজ আপলোড কৰি অভিনেতাগৰাকীৰ মৃত্যু ঘটা বুলি দাবী কৰি এটা পোষ্ট দিছে। তাত তেওঁ কেপছন লিখিছে- জেকী চান – যিজন ব্যক্তিয়ে নিজৰ যৌৱন শিল্পৰ প্ৰতি উৎসৰ্গা কৰিছিল আৰু কালজয়ী স্মৃতি এৰি থৈ গৈছিল সেই জেকী চান আৰু নাই good bye   […]

Continue Reading

২০২৩ৰ ওড়িছাৰ দৃশ্যকে ২০২৫ৰ বিহাৰৰ দৃশ্য বুলি মিছাকৈ প্ৰচাৰ।  

২০ আগষ্ট ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া বিহাৰৰ আগন্তুক নিৰ্বাচনৰ পূৰ্বেই বিজেপি কৰ্মীৰ মাজত হোৱা মাৰপিটৰ ঘটনাৰ দৃশ্য।  Facebook Link Archived Link  কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ বাবে আমি ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ […]

Continue Reading

মহাৰাষ্ট্ৰৰ ধৰ্মীয় শোভাযাত্ৰাৰ ভিডিঅ’ ৰাহুল গান্ধীৰ ভোট অধিকাৰ যাত্ৰা বুলি মিছাকৈ প্ৰচাৰ। 

২০ আগষ্ট ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া ৰাহুল গান্ধীয়ে শেহতীয়াকৈ  বিহাৰত উলিওৱা ভোট অধিকাৰ যাত্ৰাৰ সময়ৰ। Facebook Link Archived Link  কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ বাবে আমি ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। […]

Continue Reading

২০২৩ৰ চেন্নাই বিমানবন্দৰৰ দৃশ্য ১৯ আগষ্ট ২০২৫ৰ মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ বুলি মিছাকৈ প্ৰচাৰ। 

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত হোৱা বান পৰিস্থিতিৰ দৃশ্য। সেই ভিডিঅ’টো ১৯ আগষ্ট ২০২৫ত আপলোড কৰা হৈছে আৰু সেয়া সিদিনাৰ দৃশ্য বুলি দাবী কৰা হৈছে।  Facebook Link Archived Link  কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ […]

Continue Reading

“বৰষা যেতিয়া নানামে ধৰাৰ বুকুলৈ”- অসমৰ কৃষিখণ্ডত খৰাঙৰ কুপ্ৰভাৱঃ এক আলোচনা

প্ৰস্তাৱনা   বিস্তাৰিত ধাননি পথাৰ আৰু সাৰুৱা ভৈয়ামেৰে অসমৰ ভূ-প্ৰকৃতি সদায় প্ৰচুৰ্যৰ সমাৰ্থক হৈ আহিছে। ইয়াত কৃষি কেৱল এটা অৰ্থনৈতিক কাৰ্য নহয়; বৰঞ্চ ই এক জীৱন-ধাৰণৰ পদ্ধতি। ব্ৰহ্মপুত্ৰ উপত্যকাত বৰষুণৰ ওপৰত ভিত্তি কৰি খেতি কৰা কৃষকসকলে পথাৰখনেই তেওঁলোকৰ শস্যৰ উন্নতিৰে পৰিয়ালটো পোহপাল দিব বুলি বিশ্বাস কৰি বাৰিষাৰ ওপৰত নিৰ্ভৰ কৰি আহিছে। কিন্তু এতিয়া বৰ্ষাৰ যেন ছন্দপতন […]

Continue Reading

অসম চৰকাৰে ঘোষণা কৰিলে আৰু ১০খন উপ-জিলাঃ এক আলোচনা

প্ৰস্তাৱনা  অসমত নতুনকৈ ১০খন উপ-জিলা গঠন হ’ব, যাৰ ফলত ৰাজ্যত এনে প্ৰশাসনিক ব্লকৰ মুঠ সংখ্যা ৪৯টা হ’ব । এই ঘোষণা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা কৰা গৈছে। ভূমি ৰাজহৰ বিষয়, উন্নয়নমূলক কাম, কল্যাণমূলক আঁচনি, দণ্ডাধীশৰ কাম, খাদ্য আৰু অসামৰিক যোগান, প্ৰশাসনিক বিষয়, পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন, আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ ওপৰত উপ-জিলাসমূহৰ অধিকাৰ থাকিব। উপ-জিলা মানে কি? “উপ-জিলা” […]

Continue Reading

জেছিকা ৰেডক্লিফ নামৰ ট্ৰেইনাৰ গৰাকীক ওৰ্কাই হত্যা কৰা ভিডিঅ’টো AI Generated অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা 

শেহতীয়াকৈ অসমৰ বহু কেইগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে আমেৰিকাৰ জেছিকা নামৰ যুৱতী এগৰাকীক তেওঁৰ দ্বাৰাই প্ৰশিক্ষিত এটি ওৰ্কা তিমিয়ে হত্যা কৰিছে। ইতিমধ্যেই আমাৰ দেশৰ অন্য প্ৰান্তৰ লগতে বিশ্বৰ বিভিন্ন স্থানতো সেই দাবীটো চৰ্চিত হোৱা আমাৰ চকুত পৰিছে। জেছিকা ৰেডক্লিফ নামৰ এগৰাকী ট্ৰেইনাৰক এটি মনোৰঞ্জনমূলক অনুষ্ঠানৰ মাজতে তেওঁৰেই মৰমৰ পোহনীয়া ওৰ্কাটোৱে […]

Continue Reading

খিলঞ্জীয়া অসমীয়াক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানঃ প্ৰতিক্ৰিয়া,প্ৰতিবাদ ইত্যাদি

প্ৰস্তাৱনা  যোৱা ২৮ মে, ২০২৫ত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে অসমৰ খিলঞ্জীয়া মানুহক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হ’ব। শেহতীয়াকৈ অসমক সন্দেহযুক্ত নাগৰিক অধ্যুসিত অঞ্চলত সেই সকল লোকৰ হাতত মাৰনাস্ত্ৰ থকাৰ কথাটো সৰৱ আলোচনা হোৱাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীগৰাকীৰ এই ঘোষণাই তাতপৰ্য বহন কৰিছে। তাৰ পাছতে তেখেতে ঘোষণা কৰে যে এই অনুজ্ঞাপত্ৰ লাভৰ বাবে […]

Continue Reading

অসমৰ কাজিৰঙাৰ ভূ-প্ৰকৃতিলৈ উভতিছে এছিয়াটিক বনৰীয়া কুকুৰঃ এক আলোচনা

প্ৰস্তাৱনা ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠান (WII)ৰ বিজ্ঞানীসকলৰ এক নতুন গৱেষণা মতে, স্থানীয়ভাৱে নিঃশেষ হোৱা বুলি ধাৰণা কৰা এছিয়াটিক বনৰীয়া কুকুৰ (Cuon alpinus) বা ধোলে অসমৰ কাজিৰঙা-কাৰ্বি আংলং অঞ্চললৈ(Kaziranga-Karbi Anglong Landscape (KKAL) নিশ্চিতভাৱে উভতি আহিছে। জাৰ্নেল অৱ থ্ৰেটেড টেক্সাৰ(Journal of Threatened Taxa) শেহতীয়া সংখ্যাত প্ৰকাশিত এই তথ্যই ইংগিত দিয়ে যে সততে লুকাই থকা আৰু কম চমৎকাৰী এই […]

Continue Reading

এটি হাতীয়ে শিশু এটি উদ্ধাৰ কৰি অভিভাৱক দিয়া ভিডিঅ’টো AI Generated অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা 

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া এটি হাতীয়ে শিশু এটিক উদ্ধাৰ কৰি অভিভাৱকৰ হাতত তুলি দিয়া সঁচা দৃশ্য।   Facebook Link Archived Link  কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ বাবে আমি ভিডিঅ’টো ভালকৈ পৰ্যবেক্ষণ কৰি দেখিলোঁ […]

Continue Reading