১৫জুলাইৰ পৰা দুচকীয়া বাহনেও টোলটেক্স দিব লাগিব বুলি মিছাকৈ প্ৰচাৰ। 

শেহতীয়াভাৱে অসমৰ একাধিক সংবাদ প্ৰতিষ্ঠানে বাতৰিৰ জৰিয়তে তথা ফেচবুক ব্যৱহাৰকাৰী পোষ্টৰ জৰিয়তে দাবী কৰিছে যে অহা ১৫জুলাই ২০২৫ৰ পৰা মটৰ চাইকেল তথা স্কুটী আৰোহীয়েও দিব লাগিব টোলটেক্স। তেনেকুৱা এক বাতৰিৰ খণ্ডচিত্ৰ তলত দেখুওৱা হৈছে।   Facebook Link Archived Link আন এক সংবাদ প্ৰতিষ্ঠানেও একেই দাবী কৰি বাতৰি পৰিবেশন কৰিছে। Facebook Link Archived Link Facebook Link Archived […]

Continue Reading

বাৰানসী-নতুন দিল্লী বন্দে ভাৰত এক্সপ্ৰেছৰ দৃশ্য শিলিগুৰি-গুৱাহাটী বন্দে ভাৰতৰ বুলি বিভ্ৰান্তিকৰভাবে প্ৰচাৰ। 

শেহতীয়াভাৱে অসমৰ এক সংবাদ প্ৰতিষ্ঠানে নিজৰ ফেচবুক পেজত এটা বাতৰি পৰিবেশন কৰি তাত এটা ভিডিঅ’ ব্যৱহাৰ কৰিছে। বাতৰিটোত সেয়া শিলিগুৰি-গুৱাহাটী বন্দে ভাৰত এক্সপ্ৰেছৰ.দৃশ্য বুলি দাবী কৰা হৈছে।  দৃশ্যটোত এখন ৰেলৰ ভিতৰৰ ডবা এটাত ওপৰৰ পৰা পানী পৰি থকা দেখা গৈছে।  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন […]

Continue Reading

এটা অট্টালিকাত অগ্নিকাণ্ড ঘটা এই ভিডিঅ’টোৰ সৈতে আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ কোনো সম্পৰ্ক নাই। 

শেহতীয়াভাৱে অসমৰ ইনষ্টাগ্ৰামত এগৰাকী ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেয়া শেহতীয়া আহমেদাবাদ দুৰ্ঘটনাৰ সময়ৰ দৃশ্য বুলি দাবী কৰা হৈছে।   Instagram Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণীতে আমি ভাইৰেল ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। ফলত আমি ২০২৫ চনৰ […]

Continue Reading

কেবিনত ধোঁৱাৰ সৃষ্টি হোৱা এই ভিডিঅ’টোৰ আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ লগত সম্পৰ্ক নাই। 

শেহতীয়াভাৱে অসমৰ ইনষ্টাগ্ৰামত এগৰাকী ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি কেপছনত লিখিছে -আহমেদাবাদত বিমান দুৰ্ঘটনাৰ Live দৃশ্য। ভিডিঅ’টোৰে সেয়া শেহতীয়া আহমেদাবাদ দুৰ্ঘটনাৰ বিমানখনৰ ভিতৰভাগৰ দৃশ্য বুলি দাবী কৰা হৈছে।   Instagram Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণীতে আমি ভাইৰেল ভিডিঅ’টোৰ […]

Continue Reading

ডিজিটেলী সম্পাদনা কৰা ভিডিঅ’ৰে সাংবাদিক অঞ্জনা ওম কাশ্যপে শাসকীয় পক্ষৰ হৈ কথা কোৱাৰ বাবে ক্ষমা খোজা বুলি মিছাকৈ প্ৰচাৰ।

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেইটো সাংবাদিক অঞ্জনা ওম কাশ্যপে দিয়া এক ৰাজহুৱা ভাষণ বুলি দাবী কৰিছে। ভিডিঅ’টোত অঞ্জনা ওম কাশ্যপে নিজৰ কৰ্মৰ বাবে খেদ প্ৰকাশ কৰা শুনা গৈছে। তেওঁ আনকি ৰাইজৰ কণ্ঠৰ হোৱাৰ পৰিৱৰ্তে শাসকীয় পক্ষৰ মুখপাত্ৰ হোৱাৰ বাবে ক্ষমা খোজাও শুনা গৈছে। সাংবাদিকগৰাকীয়ে শাসকীয় পক্ষৰ এংকৰ হিচাপে কাম কৰাটো […]

Continue Reading

War Thunder নামৰ চিমুলেছন গেমৰ দৃশ্য ইৰাণে ইজৰাইলৰ যুদ্ধ বিমান ধ্বংস কৰা দৃশ্য  বুলি মিছাকৈ প্ৰচাৰ।

শেহতীয়াকৈ ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ফটো আৰু দৃশ্য সামাজিক মাধ্যমত বিয়পি পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেইটো সাম্প্ৰতিক সময়ত হৈ থকা ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধৰ সময়ৰ ভিডিঅ’ বুলি দাবী কৰিছে। ভিডিঅ’টো আপলোড কৰি লিখিছে- ইজৰাইলৰ F35 ইৰাণে ধ্বংস কৰাৰ দৃশ্য। Facebook Link Archived […]

Continue Reading

ইণ্ডিগো বিমানৰ ভিতৰৰ পুৰণি দৃশ্য এটা এয়াৰ ইণ্ডিয়াৰ আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত 171বিমানখনৰ বুলি মিছাকৈ প্ৰচাৰ।

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেইটো আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হোৱা এয়াৰ ইণ্ডিয়াৰ 171 বিমানখনৰ ভিতৰৰ দৃশ্য বুলি দাবী কৰিছে। লিখিছে- AI 171 বিমানখন crash হোৱাৰ প্ৰাক মুহূৰ্তৰ দৃশ্য।  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতিৰ অনুসন্ধানৰ আৰম্ভণীতে […]

Continue Reading

 বাংলাদেশত পতাকা বিক্ৰেতাক পৰা প্ৰহাৰৰ ভিডিঅ’ পশ্চিমবংগৰ বুলি মিছাকৈ প্ৰচাৰ।  

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেইটো পশ্চিমবংগৰ বুলি দাবী কৰিছে। ভিডিঅ’টোত এগৰাকী সেনা জোৱানে বাংলাদেশৰ পতাকা বিক্ৰী কৰা লোক এজনক প্ৰহাৰ কৰা দেখা গৈছে। অসমৰ ফেচবুক পোষ্টটোত পশ্চিমবংগত বাংলাদেশৰ পতাকা বিক্ৰী কৰোত এজনক ভাৰতীয়া সেনাৰ জোৱানে প্ৰহাৰ কৰা বুলি দাবী কৰিছে।   Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট […]

Continue Reading

২০২৩ চনত এমিৰেটছ এ৩৮০ বিমানৰ ভিতৰত লোৱা এক দৃশ্য আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্থ বিমানখনৰ ভিতৰৰ বুলি মিছাকৈ প্ৰচাৰ।

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেইটো আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ সময়ৰ বুলি দাবী কৰিছে।  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতিৰ অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউৱ আদিত […]

Continue Reading

অসমত বাঢ়ি অহা তাপমাত্ৰাৰ কাৰণ আৰু প্ৰভাৱ

পাতনি অসম তথা উত্তৰ পূৰ্বাঞ্চল বুলি ক’লে সাধাৰণতে আমাৰ দেশৰ উত্তৰ অংশতকৈ তুলনামূলকভাৱে কম তাপমাত্ৰাৰ এক বিস্তৃত অঞ্চল বুলি প্ৰসিদ্ধ। কিন্তু শেহতীয়াকৈ সেই প্ৰসিদ্ধি যেন ক্ৰমাগতভাৱে মোলান পৰিবলৈ ধৰিছে। বৰ্তমান অসমত অসহনীয় গৰমে জনজীৱন অস্থিৰ কৰি তুলিছে। বিগত কেইবাদিনো ধৰি ৰাজ্যখনত দিনৰ তাপমাত্ৰা স্বাভাৱিকতকৈ ৩ৰ পৰা৫°চেণ্টিগ্ৰেড বেছি হৈ আছে। কোনো কোনো অঞ্চলত ৩৪ৰ পৰা ৩৬° […]

Continue Reading