ইণ্ডোনেছিয়াৰ ভিডিঅ’কে নেপালৰ ভিডিঅ’ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে। 

অতি শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেয়া নেপালৰ বৰ্তমান পৰিস্থিতি বুলি দাবী কৰিছে। নেপালত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত এইদৰে মুখামুখি সংঘাত হোৱা বুলি দাবী কৰি ভিডিঅ’টো আপলোড কৰিছে ১০ চেপ্তেম্বৰ ২০২৫ত। পোষ্টটোত লিখিছে এইদৰেঃ প্ৰধান মন্ত্ৰী পলায়ন8 September 2025 নেপালৰ সেনা আৰক্ষী আৰু প্ৰতিবাদকাৰী মাজত ভয়ংকৰ পৰিস্থিতি। Facebook Link Archived Link  […]

Continue Reading

GI Tag(Geographical Indications): অসমৰ GI টেগ পোৱা সামগ্ৰী, নতুন প্ৰস্তাৱ, আবেদন প্ৰক্ৰিয়া আৰু লাভসমূহ  

GI Tag (Geographical Indications) কি? জিআই(GI-Geographical Indications) হৈছে তেনে এটা সুৰক্ষা চিহ্ন যি নিৰ্দিষ্ট অঞ্চলৰ সৈতে জড়িত অনন্য গুণ, খ্যাতি বা বৈশিষ্ট্য থকা সামগ্ৰীক আইনীভাৱে চিনাক্ত কৰে। ভাৰতত GI টেগ ‘Geographical Indications of Goods (Registration and Protection) Act, 1999’ অনুসৰি দিয়া হয় আৰু GI ৰেজিস্ট্ৰি, চেন্নাই (Geographical Indications Registry, under DPIIT/CGPDTM)-এ জাৰি কৰে। অসমৰ GI […]

Continue Reading

মিছা। প্ৰেমিকাৰ ফোন নাপাই বিজুলী কাটি দিয়া নাছিল। কাম হে কৰি আছিল।  

অতি শেহতীয়াকৈ অসমৰ বহুকেইটা ফেচবুক পেজ তথা ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে এজন যুৱকে নিজৰ প্ৰেমিকাৰ ওপৰত ক্ষুব্ধ হৈ প্ৰেমিকাৰ গাঁৱৰ বিজুলী সংযোগ কাটি পেলায়। ফেচবুক পেজ কেইটামানত প্ৰতিবেদন ৰূপত প্ৰকাশ কৰিছে যে যুৱকজনৰ প্ৰেমিকা দীৰ্ঘসময় ধৰি ফোনত ব্যস্ত আছিল আৰু যুৱকজনে প্ৰেমিকাক ফোনত নাপায় খঙতে বিজুলীৰ খুটাৰ ওপৰত উঠি […]

Continue Reading

মল্লিকাৰ্জুন খাৰ্গেৰ  মূল মন্তব্যক সম্পাদনা কৰি অন্য অৰ্থ প্ৰকাশ কৰা হৈছে।   

যোৱা ৪ চেপ্তেম্বৰ, ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি খাৰ্গেই মন্তব্যৰ জৰিয়তেই দাবী কৰিছে যে ড০ ভূপেন হাজৰিকাক ভাৰতৰত্ন প্ৰদান কৰাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰিছিল কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গেই। ভিডিঅ’টোত শুনা গৈছে এইদৰে- কল যো ভাৰতৰত্ন এৱাৰ্ড দিয়ে হে, এক গায়ক কো দিয়ে হে, ইচকা বড়া দুখ হে হমে। ভিডিঅ’টোৰ  কেপছনত লিখিছে […]

Continue Reading

চীনৰ ৰাষ্ট্ৰপতিয়ে প্ৰকৃততে মোদীক আওকান কৰা নাছিল।    

যোৱা ৩১ আগষ্ট ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে উচিত সন্মান প্ৰদান নকৰিলে। ভিডিঅ’টোত দেখা যায় যে মোদীয়ে আগুৱাই আহি নিজৰ সোঁহাতখন আগুৱাই দিছে আৰু চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে কৰমৰ্দন নকৰি আওকান কৰিছে। চীনত শেহতীয়াকৈ হৈ যোৱা SCO Summitৰ সময়ত এই দৃশ্যটো আপলোড […]

Continue Reading

সেই সময়ত ড০ মনমোহন সিং ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থকা নাছিল।   

যোৱা ৩১ আগষ্ট ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেয়া আমাৰ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ প্ৰতি সেয়া অপমান বুলি উল্লেখ কৰিছে। ভিডিঅ’টোত দেখা গৈছে যে চীন দেশৰ এগৰাকী প্ৰতিনিধি আহি কংগ্ৰেছ নেত্ৰী চোনীয়া গান্ধী আৰু ড০ মনমোহন সিঙৰ সৈতে কৰমৰ্দন কৰিছে। প্ৰথমে চোনীয়া গান্ধী আৰু তাৰ পাছত ড০ সিঙৰ সৈতে […]

Continue Reading

মধ্য প্ৰদেশৰ বিজেপি নেতা নেক মহম্মদ ৰিজভিৰ ফটো বিহাৰৰ দৰভাংগাত গ্ৰেপ্তাৰ হোৱা মহম্মদ ৰিজভি বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।    

যোৱা ৩১ আগষ্ট ২০২৫ত অসমৰ কেইগৰাকীমান ফেচবুক ব্যৱহাৰকাৰীয়ে এখন বিশেষ ফটো আপলোড কৰি ফটোখনত ৰঙা চিহ্নৰে নিৰ্দেশ কৰা এজন বিশেষ ব্যক্তিক বিহাৰৰ দৰভাংগাত INDIA Allianceৰ ভোট দাতা অধিকাৰ যাত্ৰাত নৰেন্দ্ৰ মোডীৰ মাতৃৰ সম্পৰ্কত অশুভ মন্তব্য কৰাক যুৱকজন বুলি দাবী কৰিছে। পোষ্টটোত তেওঁ বিজেপিৰে কৰ্মকৰ্তা মহম্মদ ৰিজভি বুলি দাবী কৰা হৈছে।  Facebook Link Archived Link  Facebook […]

Continue Reading

পাকিস্তানৰ কৰাচীৰ দৃশ্যকে গুৱাহাটীৰ বানপানী বুলি মিছাকৈ প্ৰচাৰ। 

যোৱা ৩০ আগষ্ট ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেয়া গুৱাহাটীৰ বানপানীৰ দৃশ্য বুলি দাবী কৰিছে। ভিডিঅ’টোত দেখা গৈছে যে এখন মটৰচাইকেলৰ পিছফালে এটি শিশু কোলাত লৈ বহি অহা এগৰাকী মহিলাই বানৰ পানীৰ মাজতে তলত পৰি যায়। সেই দৃশ্যটো গুৱাহাটীৰ বুলি টেক্সট ওভাৰলে’ কৰি দাবী কৰা হৈছে।    Facebook Link Archived Link  কিন্তু […]

Continue Reading

ভগৱান গণেশক পূজা কৰি থাকোঁতে পুৰোহিতজন অসুস্থ হৈ পৰা ভিডিঅ’টো চিত্ৰনাট্যযুক্ত বা স্ক্ৰিপ্টেড।  

২৮ আগষ্ট ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেয়া ভগবানৰ মহিমা বুলি দাবী কৰিছে। চিচিটিভি ফুটেজৰ দৰে ভিডিঅ’টোত দেখা গৈছে যে এগৰাকী পুৰোহিতে প্ৰভু শ্ৰীগণেশৰ পূজা কৰি থকা সময়ত অসুস্থ হৈ বাগৰি পৰিছিল আৰু কিছু সময় পাছত ভগবান শ্ৰীগণেশৰ কৃপাত তেওঁ পুনৰ সুস্থ হয় ।  এইদৰেই এই ঘটনাটো এটা প্ৰকৃত সত্য ঘটনা […]

Continue Reading

২০২২চনৰ তেলেংগানাৰ দৃশ্যকে বিহাৰৰ শেহতীয়া দৃশ্য বুলি মিছাকৈ প্ৰচাৰ। 

২৫ আগষ্ট ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেয়া বিহাৰত বিজেপি সদস্যৰ ওপৰত শেহতীয়া আক্ৰমণৰ ঘটনা বুলি দাবী কৰিছে।    Facebook Link Archived Link  কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ বাবে আমি সেই ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। […]

Continue Reading