FACT CHECK: এই অ’বি ভেনখনৰ ক্ষতিসাধন শেহতীয়া ঘটনা নহয়
নিউজ১৮ৰ এখন আউট চাইড ব্ৰডকাষ্ট(অ’বি)ভেনৰ ক্ষতিসাধন কৰা এখন ফটো এই দাবীৰে অসমত ফেচবুকত ভাইৰেল কৰা হৈছে যে এই ভেনখনৰ ২০২০চনৰ ১২ অক্টোবৰত ক্ষতিসাধন কৰা হৈছে। তেনেকুৱা এটা পোষ্ট দিছিল আব্দুল হাচিব নামৰ এজন ফেচবুক ব্যৱহাৰকাৰীয়ে। তেওঁ পোষ্টটোত লিখিছে- “পৃথিৱীৰ সকলো সুখ এফালে,,,আৰু এই সুখতকৈও ডাঙৰ সুখ গোদি/দালাল মিডিয়াৰ গাড়ী ভাঙি চুৰমাৰ কৰা,, যোৱাকালি উত্তৰপ্ৰদেশৰ লক্ষৌত,,,অশেষ […]
Continue Reading
