EXPLAINER: জীৱন্ত কৰ’ণা ভাইৰাছ ভৰলু আৰু বাহিনী নৈত পোৱা গৈছে নেকি?
আইআইটি গান্ধীনগৰৰ এক গৱেষণাৰ ফলাফলে শেহতীয়াভাৱে সংবাদ শিৰোনাম দখল কৰাৰ লগতে সকলোতে আতংকৰ সৃষ্টি কৰিছে। এই গৱেষণাৰ উদ্ধৃতি দি সংবাদ প্ৰতিস্থানৰ ৱেবচাইটে বাতৰি কৰিছে যে বিজ্ঞানীসকলে কৰ’ণাভাইৰাছৰ অৱশেষ লাভ কৰিছে গুজৰাটৰ আহমেদাবাদৰ সাৱৰমতি নদীত আৰু গুৱাহাটীৰ ভৰলু আৰু বাহিনী নদীত। এই খবৰে ভাইৰেল মেছেজ আৰু পোষ্টৰ ৰূপত ‘কৰ’ণাভাইৰাছ খোৱাপানীত পোৱা গৈছে’ বুলি দাবী কৰি ছ’চিয়েল […]
Continue Reading
