FACT CHECK: এই ভিডিঅ’টোত দিল্লীত কৃষকৰ দ্বাৰা অজয় দেৱগনক প্ৰহাৰ কৰা দেখা যোৱা নাই

শেহতীয়াভাৱে দুটা দলৰ মাজৰ মাৰপিটৰ এটা দৃশ্যই বাতৰিৰ শীৰোনাম দখল কৰিছে। অসমৰ একাংশ ছোচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে এই ভিডিঅ’টো শ্বেয়াৰ কৰি দাবী কৰিছে যে দিল্লীত একাংশ ক্ৰোধিত কৃষকে অভিনেতা অজয় দেৱগনক প্ৰহাৰ কৰিছে। ৫মিনিট দৈৰ্ঘ্যৰ এই ভিডিঅ’টোত দেখা পোৱা গৈছে যে লোকসকলে পৰস্পৰে পৰস্পৰক গালিগালাজ কৰিছে আৰু মাৰিছে। বাউন্সাৰসকলে পৰিস্থিতি নিয়ন্ত্ৰন কৰিবলৈ চেষ্টা কৰিছে কিন্তু কিছুসময়ৰ […]

Continue Reading

FACT CHECK: ভাইৰেল ভিডিঅ’ত দাবী কৰা হৈছে যে ভাৰতত ব্যৱহাৰ হোৱা ইভিএমত খেলিমেলি কৰিব পাৰি।

অসমত ফেচবুকত ভাইৰেল হোৱা এটা ভিডিঅ’ত দাবী কৰা হৈছে যে গোটেই দেশতে ব্যৱহাৰ হোৱা ইভিএম সমুহ বিশেষজ্ঞই টেম্পাৰিং কৰিব পাৰে। হিন্দী ভাষাত কথা কোৱা এজন লোকে ভিডিঅ’টোত  ইভিএমৰ দৰে এটা যন্ত্ৰ দেখুৱাই কৈছে যে ইভিএম টেম্পাৰিং ইমানো জটিল কাম নহয় আৰু তেওঁ সেয়া কৰিও দেখুৱাইছে। Original Link: Facebook | Archived Link কেচপনটোত দাবী কৰা হৈছে […]

Continue Reading

FACT CHECK: ‘আইচিএমআৰ’এ ২১টা নিয়মাৱলীসহ কোনো কোভিড পৰামৰ্শাৱলী প্ৰকাশ কৰা নাই

কোভিড১৯ৰ পৰা হাত সাৰি থাকিবলৈ বিদেশলৈ ভ্ৰমন নকৰা,সামাজিক দূৰত্ব অৱলম্বন কৰা আদিকে ধৰি ২১টা নিয়মাৱলীসহ এখন পৰামৰ্শাৱলী শেহতীয়াভাৱে ভাইৰেল হৈ পৰিছে আৰু দাবী কৰা হৈছে যে সেইখন ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছাৰ্চ(আইচিএমআৰ)ৰ তৰফৰ পৰা এই নিয়ম জাৰি কৰা হৈছে।  এই পৰামৰ্শাৱলীত ২১টা এনেকুৱা পদক্ষেপৰ কথা লিখা আছে যিখিনি কোভিড ১৯ৰ পৰা হাত সাৰি থাকিবৰ বাবে […]

Continue Reading

FACT CHECK: পুৰীৰ জগন্নাথ মন্দিৰৰ ৩৫০০০ একৰ ভূমি বিক্ৰী কৰি দিয়া হোৱা নাই!

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা পোষ্টে দাবী কৰিছে যে ওড়িশা চৰকাৰে পুৰীৰ জগন্নাথ মন্দিৰৰ অধিনৰ ৩৫,০০০ একৰ ভূমি বিক্ৰী কৰি দিয়াৰ পৰিকল্পনা কৰিছে।  অসমত ভাইৰেল হোৱা তেনেকুৱা কেইটামান পোষ্ট এয়া: Original Link: Facebook | Archived Link Original Link: Facebook | Archived Link Original Link: Facebook | Archived Link Original Link: Facebook | Archived Link Original […]

Continue Reading

FACT CHECK: জুবিন গাৰ্গ আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো ভুল ব্যাখ্যাৰে ভাইৰেল কৰা হৈছে

যিমানে অসমৰ বিধানসভা নিৰ্বাচন চমু চাপি আহিছে, সিমানেই ছ’চিয়েল মিডিয়াসমুহ নিৰ্বাচনকেন্দ্ৰীক পোষ্ট আৰু ৰাজনৈতিক কথা বতৰাৰে ভৰি পৰিছে। তেনেকুৱা এটা পোষ্টত মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কেইগৰাকীমান সহকৰ্মীৰ সৈতে অসমৰ জনপ্ৰিয় গায়ক, সংগীত পৰিচালক, অভিনেতা, পৰিচালক জুবিন গাৰ্গৰ এখন ফটো বহুল ৰূপত প্ৰচাৰ কৰি থকা হৈছে। ফটোখনৰ লগত লিখা হৈছে যে গায়কজনে শুকুৰবাৰে হিমন্ত […]

Continue Reading

FACT CHECK: কুইন এলিজাবেথে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ দি থকা হ’র্ডিংৰ ভাইৰেল ফটোখন মৰ্ফ কৰা

ব্ৰিটেইনৰ ৰাণী এলিজাবেথৰ এখন ফটো, য’ত লিখা আছে ‘ধন্যবাদ প্ৰধানমন্ত্ৰী মোদী আমাক ভেকচিন প্ৰেৰণ কৰা বাবে। আপুনি এগৰাকী ভাল মানুহ’ ভাইৰেল হৈ পৰিছে। একেই কেপচনেৰে অসমৰ ছ’চিয়েল মিডিয়াত ফটোখন শ্বেয়াৰ কৰি থকা হৈছে। ফেক্ট ক্ৰেছেণ্ডোৰ ফেক্টলাইন নম্বৰ 904 905 3770লৈ এই ফটোখনৰ সত্যতা নিৰূপনৰ বাবে এজন হোৱাটছএপ ব্যৱহাৰকাৰীয়ে প্ৰেৰণ কৰিছিল। Archived Link ফেক্ট ক্ৰেছেণ্ড অসমীয়াই […]

Continue Reading

FACT CHECK: এই ভাইৰেল ভিডিঅ’টো অসমৰ শিৱসাগৰৰ শেহতীয়া ভিডিঅ’ নহয়

শিৱৰাত্ৰী উৎসৱ দেশৰ অন্য প্ৰান্তৰ দৰে অসমতো অতি উলহ মালহেৰে পালন কৰা হৈছিল। বিশেষকৈ উজনিৰ শিৱসাগৰ জিলাৰ শিৱদ’লত লোকে লোকাৰণ্য হৈ পৰে এইবছৰ। তাৰ মাজতে অসমত হোৱাটছএপ আৰু আন ছোচিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত দেখা গৈছে যে এখন মেলাত আয়োজন কৰা ‘মৌত কা কুৱা’ত এটা দুৰ্ঘটনা হয় আৰু এজনী ছোৱালী পৰি যোৱাত […]

Continue Reading

FACT CHECK: এগৰাকী ব্যক্তিয়ে ৰুটীৰ ওপৰত থুৱাই থকা মিৰাটৰ এটা ভিডিঅ’ হাইদৰাবাদৰ বুলি ভাইৰেল হৈছে ।

ৰুটী বনাই থকোতেই এজন লোকে সেই ৰুটীৰ ওপৰত থুৱাই থকা এটা অস্বস্তিকৰ ভিডিঅ’ শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে এইটো হাইদৰাবাদৰ হয় । ভিডিঅ’টোত হিন্দীতে লিখা কথাখিনি হৈছে,”নাম্পেলীৰ ৰেড ৰ’জত এজন লোকে নান কি ৰোটী বনাই আছে আৰু প্ৰতিখন ৰুটীতে থুৱাই আছে।” ফেক্ট ক্ৰেছেণ্ডোৰ ফেক্টলাইন নম্বৰ 904 905 3770লৈ এই ভিডিঅ’টোৰ সত্যতা নিৰূপনৰ বাবে এজন […]

Continue Reading

FACT CHECK: বদৰুদ্দিন আজমলে অসমক ইছলামিক ৰাষ্ট্ৰ বনাব বুলি কোৱা নাই!

বিভিন্ন সংবাদ প্ৰতিস্থান আৰু ছোচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ বহুলভাৱে শ্বেয়াৰ কৰিছে যে এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে মঞ্চত কৈছে যে মোগলে ৮০০বছৰ দেশত ৰাজত্ব কৰিছিল আৰু তেওঁ অসমক ইছলামিক ৰাষ্ট্ৰ বনাব। দেশত এজনো হিন্দু নাথাকিব, যদি তেওঁলোকৰ মহাযোটবন্ধন শাসনলৈ আহে। Original Link- Facebook | Archived Link আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াত সত্যতা নিৰূপনৰ সিদ্ধান্ত ল’লো […]

Continue Reading

FACT CHECK: গায়িকা দীপলিনা ডেকাই অসম জাতীয় পৰিষদ দলত যোগদান নকৰে।

অসম বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন আৰু অসমত এতিয়া নিৰ্বাচনৰ বতাহ বাৰুকৈয়ে বলিছে। ছ’চিয়েল মিডিয়াত বিভিন্ন ৰাজনৈতিক নেতা আৰু তাৰকাই ৰাজনৈতিক দলত যোগদান কৰা আৰু দল সলনি কৰা বাতৰিয়ে ভৰি পৰিছে। শেহতীয়াভাৱে বিভিন্ন নিউজ চেনেল আৰু পোৰ্টেলে কৰা এক দাবী অনুসৰি অসমৰ জনপ্ৰিয় গায়িকা দীপলিনা ডেকাই অসমৰ পৰা গঠন হোৱা নতুন আঞ্চলিক দল অসম […]

Continue Reading