মহাৰাষ্ট্ৰৰ পুৰণি ভিডিঅ’ পশ্চিমবংগত শেহতীয়াকৈ বজৰং দলৰ সদস্যসমূহ প্ৰৱেশ কৰাৰ দৃশ্য বুলি ভাইৰেল।
শেহতীয়াকৈ এক বাইক ৰেলীৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে সেয়া বজৰং দলৰ সদস্যসমূহ হিংসাজৰ্জৰ পশ্চিমবংগত প্ৰৱেশ কৰাৰ দৃশ্য। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “ৰাজস্থান, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আদিৰ চুকে-কোণে থকা হাজাৰ হাজাৰ বজৰং দলৰ কৰ্মীয়ে যোৱা নিশা হিন্দুসকলৰ জীৱন ৰক্ষাৰ বাবে পশ্চিমবংগত উপস্থিত হয়… 👉কোনো চৰকাৰ বা […]
Continue Reading