ফিলিপাইনছৰ ভূমিকম্পৰ দৃশ্য ভেনিজুৱেলাৰ বুলি ভাইৰেল।
যোৱা ২৪ জুনত ভেনিজুৱেলাত ৭.২ আৰু ৭.৫ প্ৰাবল্যৰ দুটা ভূমিকম্পই বিস্তৰ ক্ষতিসাধন কৰে য’ত কমেও ২৩৫ জনৰ মৃত্যু হয় আৰু ৪,৩০০ জনতকৈও অধিক লোক আঘাতপ্ৰাপ্ত হয়। এই পটভূমিত ভূমিকম্পৰ ফলত এটা বিল্ডিং ভাঙি পৰাৰ এক দৃশ্য ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে সেয়া সেয়া ভেনিজুৱেলাৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য। Facebook Link | Archived Link […]
Continue Reading
