বংগত মুৰত আঘাত পোৱা বুলি মিছাকৈ প্ৰদৰ্শন কৰা মহিলাৰ সত্যতা ফাদিল।   

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত ৬ মে’ ২০২৬ত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া পশ্চিম বংগৰ শেহতীয়া বিধানসভা নিৰ্বাচনৰ পাছত তৃণমূল কংগ্ৰেছৰ এগৰাকী মহিলা কৰ্মীয়ে মিছাকৈ মুৰত বেণ্ডেজ লগাই বিজেপিৰ কৰ্মীয়ে আঘাত কৰা বুলি বিভ্ৰান্তি প্ৰচাৰ কৰা দৃশ্য। লিখিছে-  তৃণমূল কংগ্ৰেছৰ সমৰ্থকৰ নাটক চাওক। বিজেপি কৰ্ম কৰ্তাই উদঙালে ভণ্ডামী। ৰাইজক বিপথে পৰিচালিত কৰিবলৈ […]

Continue Reading

পুৰণি ভিডিঅ’ পশ্চিমবংগৰ শেহতীয়া বিধানসভা নিৰ্বাচনৰ সময়ৰ বুলি ভাইৰেল।

শেহতীয়াকৈ পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ সময়ত ভোটগ্ৰহণ কেন্দ্ৰৰ সমীপত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাৰ বাবে দুগৰাকী ব্যক্তিক আৰক্ষীয়ে লাঠীৰে প্ৰহাৰ কৰা বুলি দাবী কৰা এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত।  Facebook Link  Facebook Link  Archived Link. আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ […]

Continue Reading

উত্তৰ প্ৰদেশৰ মেৰটৰ বিজেপি নেতা মনিশ কুমাৰে আৰক্ষীক কৰা আক্ৰমণৰ ভিডিঅ’ টিএমচি বিধায়ক মহম্মদ দিমিৰে বেংগল আৰক্ষীৰ লোকক কৰা আক্ৰমণ বুলি মিছাকৈ প্ৰচাৰ। 

শেহতীয়াভাবে অসমৰ এগৰাকী ফেচবুক ব্য়ৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে টিএমচিৰ বিধায়ক মহম্মদ দিমিৰে এগৰাকী বেংগল আৰক্ষী বিষয়াক প্ৰহাৰ কৰিছে। পোষ্টটোত আৰক্ষী বিষয়াক প্ৰহাৰ কৰা লোকজন তৃণমূল কংগ্ৰেছৰ বিধায়ক মহম্মদ দিমিৰ বুলি দাবী কৰি লিখিছেঃ-  মুমতাজ বেগমৰ TMC বিধায়ক মহম্মদ দিমিৰে এজন বেংগল আৰক্ষী বিষয়াক প্ৰহাৰ কৰাটো চাওক। Facebook Link Archived Link  কিন্তু […]

Continue Reading

মমতা বেনাৰ্জীৰ ভৰিত প্লাষ্টাৰ লগোৱা অৱস্থাৰ ফটোখন শেহতীয়া দুৰ্ঘটনাৰ নহয়।

শেহতীয়াকৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী নিজ বাসগৃহত এক দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। খবৰ অনুসৰি দক্ষিণ কলকাতাৰ বেলিগঞ্জত অনুষ্ঠিত এক অনুষ্ঠানৰপৰা উভতি অহাৰ পিছত ৬৯ বছৰীয়া ৰাজনীতিবিদগৰাকীয়ে নিজ বাসগৃহত পিছলি পৰি ঘৰৰ আচবাবত খুন্দা মৰাৰ ফলত মূৰত আঘাত পায়। ইয়াৰ পিছতে চ’চিয়েল মিডিয়াত এই সম্পৰ্কে বাতৰি প্ৰকাশ হোৱাৰ লগতে বিভিন্ন ফটো ভাইৰেল হৈ পৰে। […]

Continue Reading

অনিল উপাধ্যায় নামৰ বিজেপি বিধায়ক এজনে পলিং বুথ দখল কৰিছিলে নেকি?

ছচিয়েল মিডিয়াত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে য’ত এজন মানুহক অনিয়ম ভাৱে এটা পলিং বুথত সোমায় কোনে কাক ভোট দিছে লক্ষ্য কৰি থকা দেখা গৈছে । এই ভিডিঅ’টো যোৱা এপ্ৰিল মাহত হোৱা নিৰ্বাচনৰ সময়ত আবিৰ্ভাৱ হৈছিল, ব্যাপক ভাৱে প্ৰচাৰ হৈছিল আৰু এতিয়া নিৰ্বাচনৰ পাছতো দেশৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণে কেইবামাহৰ পাছতো প্ৰচাৰ হৈ আছে […]

Continue Reading