উত্তৰ প্ৰদেশৰ সোণভদ্ৰ জিলাত ৩৩৫০টন সোণ উদ্ধাৰ হৈছে নেকি?
ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট শেহতীয়াকৈ সমগ্ৰ দেশতে এক বাতৰিয়ে খলকনি তুলিছে । বিভিন্ন নিউজ গোষ্ঠীৰ লগতে ছচিয়েল মিডিয়াৰ জৰিয়তেও উক্ত বাতৰিটো ভাইৰেল হৈ পৰিছে । বাতৰিটোৰ মতে উত্তৰ প্ৰদেশৰ সোণভদ্ৰ জিলাৰ সোণৰ খনিত ৩৩৫০টন সোণ পোৱা গৈছে । বাতৰিটোত আৰু দাবী কৰা হৈছে যে উদ্ধাৰ হোৱা সোণ খিনি ভাৰতৰ সংৰক্ষিত সোণৰ ৫ গুণ হয় […]
Continue Reading