২০০৪ চনৰে ফটো ব্যৱহাৰ কৰি ইজৰাইলৰ সেনাৰ ওপৰত চলা শেহতীয়া আক্ৰমণৰ পাছৰ ফটো বুলি প্ৰসংগ সংগতিহীন দাবী উত্থাপন কৰা হৈছে ফেচবুকত।

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজত এখন বিশেষ ফটো শ্বেয়াৰ কৰি কেপছনত এটা বাতৰি লিখা হৈছে। লিখিছে-ইজৰাইলৰ স্থানীয় নিউজ চেনেল, চেনেল ১২ৰ খবৰ…সেনা ছাউনীত যোৱা ৰাতি হোৱা আক্ৰমণত নিহত হৈছে ১৫ জন ইজৰাইলী সৈনিক আৰু আহত হৈছে ১০০ৰো অধিক। ইজৰাইলৰ ছয়খন চিকিৎসালয়ত আহত সেনাক ভৰ্ত্তি। হাইফাৰ জনতাক তেজ দান কৰিবলৈ আহ্বান চৰকাৰৰ। সেনা ছাউনীত ইয়াৰ পূৰ্বে […]

Continue Reading

২০২৩ চনৰ আগষ্টৰে লেবানন-ইজৰাইলৰ ব্লু লাইন বোৰ্ডাৰৰ পুৰণি ফটো ভাৰতীয় সেনা জোৱানে ইজৰাইল আক্ৰমণৰ প্ৰতিবাদ কৰা বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজত এখন বিশেষ ফটোৰ ওপৰত – “লেবানন সীমান্তত ইজৰাইলৰ আক্ৰমণৰ সমুখীন হোৱা আমাৰ ভাৰতীয় সেনাৰ প্ৰতিবাদ” বুলি লিখি আপলোড কৰি দাবী কৰা হৈছে যে ইজৰাইলৰ শেহতীয়া আক্ৰমণৰ বাবে তাত নিয়োজিত ভাৰতীয় সেই এইদৰে হাতত প্লাকাৰ্ড লৈ প্ৰতিবাদ কৰিছে।  Facebook Link । Archived Link কিন্তু এই দাবী সত্য হয়নে?  আমি ফেক্ট ক্ৰেছেণ্ডো […]

Continue Reading

পাকিস্তানী স্পাই সুন্দৰীৰ জালত পৰা সেনা যোৱানজন অসমৰ নহয়!

 ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট সম্প্ৰতি অসমৰ বিভিন্ন সংবাদ মাধ্যম আৰু ছচিয়েল মিডিয়া যেনে ফেচবুক আৰু হোৱাটচ এপ্পত এক বিশেষ বাতৰিয়ে তোলপাৰ লগাইছে । বাতৰিটোত কোৱা হৈছে যে অসমৰ এজন সেনা যোৱানে পাকিস্তানী স্পাই সুন্দৰীৰ জালত পৰি সেনাৰ বহুতো গোপনীয় তথ্য পাকিস্তানী যুৱতী গৰাকীক প্ৰদান কৰিলে । ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট বাতৰিটোত আৰু কোৱা […]

Continue Reading