ৰাহুল গান্ধীৰ সৈতে ইউটিউবাৰ জ্যোতি মলহোত্ৰাৰ সম্পাদিত ফটো ভাইৰেল।
শেহতীয়াকৈ হাৰিয়ানাৰ হিছাৰৰ ইউটিউবাৰ জ্যোতি মলহোত্ৰাক পাকিস্তানী নাগৰিকৰ সৈতে স্পৰ্শকাতৰ তথ্য ভাগ-বতৰা কৰাৰ লগতে অবিৰত যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। খবৰ অনুসৰি, চাৰিদিনীয়া আৰক্ষীৰ ৰিমাণ্ড শেষ হোৱাৰ লগে লগে ২৬ মে’ সোমবাৰে জ্যোতি মালহোত্ৰাক হিছাৰৰ আদালতত হাজিৰ কৰা হ’ব। এই পৰিপ্ৰেক্ষিতত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সৈতে জ্যোতি মলহোত্ৰাৰ দুখন ফটো ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ফটো […]
Continue Reading