বিহাৰৰ পুৰণি ভিডিঅ’ ৰাম নৱমীৰ সমদলৰ সময়ত শিলগুটি নিক্ষেপ কৰা লোকৰ ওপৰত পুলিচে লাঠীচালনা কৰা বুলি ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত পুলিচে কুৰ্তা-পায়জামা আৰু মুছলমান টুপী পৰিহিত এদল লোকৰ ওপৰত লাঠীচালনা কৰা দেখা গৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে ৰাম নৱমীৰ সমদলৰ সময়ত এইসকল লোকে শিলগুটি নিক্ষেপ কৰিছিল আৰু সেয়েহে পুলিচে এইদৰে তেওঁলোকৰ ওপৰত লাঠীচালনা কৰিছে। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই […]

Continue Reading

উত্তৰ প্ৰদেশৰ মেৰটৰ বিজেপি নেতা মনিশ কুমাৰে আৰক্ষীক কৰা আক্ৰমণৰ ভিডিঅ’ টিএমচি বিধায়ক মহম্মদ দিমিৰে বেংগল আৰক্ষীৰ লোকক কৰা আক্ৰমণ বুলি মিছাকৈ প্ৰচাৰ। 

শেহতীয়াভাবে অসমৰ এগৰাকী ফেচবুক ব্য়ৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে টিএমচিৰ বিধায়ক মহম্মদ দিমিৰে এগৰাকী বেংগল আৰক্ষী বিষয়াক প্ৰহাৰ কৰিছে। পোষ্টটোত আৰক্ষী বিষয়াক প্ৰহাৰ কৰা লোকজন তৃণমূল কংগ্ৰেছৰ বিধায়ক মহম্মদ দিমিৰ বুলি দাবী কৰি লিখিছেঃ-  মুমতাজ বেগমৰ TMC বিধায়ক মহম্মদ দিমিৰে এজন বেংগল আৰক্ষী বিষয়াক প্ৰহাৰ কৰাটো চাওক। Facebook Link Archived Link  কিন্তু […]

Continue Reading

প্ৰয়াগৰাজৰ কুম্ভমেলা অভিমুখী ৰেলত শিলগুটি নিক্ষেপ কৰা লোকক আৰক্ষীয়ে এইদৰে পিটিছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলা সম্পৰ্কে ছ’চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। শেহতীয়াকৈ এটা ভিডিঅ’ আমাৰ দৃষ্টিগোচৰ হ’ল য’ত দেখা গৈছে আৰক্ষীৰ লোকে কোনো এক অঞ্চলত এজন লোকক খেদি খেদি মৰিয়াইছে আৰু দুগৰাকীমান মহিলা লোকজনক বচাবলৈ আগবাঢ়ি আহিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে কুম্ভমেলা অভিমুখী ৰেলত শিলগুটি নিক্ষেপ কৰাৰ অভিযোগত […]

Continue Reading

মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ দুটা ভিন্ন ঘটনাৰ দৃশ্যক একেলগ কৰি উত্তৰ প্ৰদেশৰ ঘটনা বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমৰ ফেচবুকত এগৰকী ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেই ভিডিঅ’টো উত্তৰ প্ৰদেশৰ। ভিডিঅ’টোত দুটা ভিন্ন দৃশ্য দেখা গৈছে। এটা দৃশ্যত এজন যুৱকক হাতত বান্ধি কোবাই কোবাই ৰাজপথেৰে লৈ গৈ আছে আৰক্ষীৰ লোকে আৰু আনটো দৃশ্যত দেখা গৈছে যে বাইকত অহা যুৱক এজনে যুৱতীগৰাকীমানৰ সৈতে অশালীন আচৰণ কৰি উধাও হৈছে। ভিডিঅ’টোৰে দাবী […]

Continue Reading

আৰক্ষীয়ে আইন ভংগ কৰিলে কি হয়? আৰক্ষী দায়ৱদ্ধতা আয়োগৰ কাষ কিদৰে চাপিব পাৰি? আৰক্ষীৰ দায়ৱদ্ধতা আৰু দায়ৱদ্ধতা আয়োগ সম্পৰ্কত জানো আহক।

প্ৰসংগঃ গুৱাহাটীৰ ফাচী বজাৰত এজন বিতৰণ কৰ্মীৰ ওপৰত আৰক্ষীৰ নিৰ্যাতন ১৫ নৱেম্বৰ ২০২৪ শুকুৰবাৰে সন্ধিয়া প্ৰায় চাৰে ছয় মান বজাত অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ ব্যস্ততৰ এক অঞ্চল ফাঁচী বজাৰত পানবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাৰ্গৱ বৰবৰাই ঘৰে ঘৰে সামগ্ৰী বিতৰণকাৰী এক সংস্থাৰ এগৰাকী বিতৰণ কৰ্মীক প্ৰৱেশ নিষিদ্ধ পথেৰে প্ৰৱেশ কৰাৰ বাবে প্ৰহাৰ কৰে। সেই ভিডিঅ’টো […]

Continue Reading

লুধিয়ানা পুলিচৰদ্বাৰা মহিলাৰ বাবে নিশাৰ ভাগত বিনামূলীয়া যাতায়তৰ বাবে মুকলি কৰা নম্বৰ বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এটা বিশেষ বাৰ্তা। বাৰ্তাটো এনেধৰণৰ, “আৰক্ষীয়ে বিনামূলীয়া ভ্ৰমণ আঁচনি আৰম্ভ কৰিছে য’ত যিকোনো মহিলাই অকলে থাকি ঘৰলৈ যাবলৈ গাড়ী বিচাৰি নাপালে নিশা ১০ বজাৰ পৰা পুৱা ৬ বজাৰ ভিতৰত আৰক্ষীৰ হেল্পলাইন নম্বৰ (১০৯১ আৰু ৭৮৩৭০১৮৫৫৫) আৰু বাহনৰ অনুৰোধ কৰিব পাৰিব । তেওঁলোকে ২৪x৭ ঘন্টা কাম কৰিব। কন্ট্রল ৰুমৰ বাহন বা […]

Continue Reading

এই ফটোবোৰ অসমৰ চাপৰত ক’ৰনা ভাইৰাছৰ বাবে লক ডাউন প্ৰৱৰ্তন কৰিবলৈ যোৱা আৰক্ষীৰ ওপৰত হোৱা আক্ৰমণৰ নহয়!

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ ২০ হাজাৰতকৈও অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে ।  […]

Continue Reading

এইটো অসমত এনআৰচি’ত নাম নহা মানুহক উচ্ছেদ কৰি থকা ভিডিঅ’ নহয়!

টুইটাৰ লিংক | সংৰক্ষিত লিংক যিসময়ত সমগ্ৰ দেশতে এনআৰচি’ৰ বিৰুদ্ধে বিভিন্ন ধৰণে আন্দোলন চলি আছে, এনআৰচি সম্পৰ্কীয় এক বিশেষ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । উক্ত ভিডিঅ’টোত কিছু পুলিচৰ মানুহে সাধাৰণ নাগৰিক কিছুমানক জোৰেৰে টনা-আজোঁৰা কৰা দেখা গৈছে । দাবী কৰা হৈছে যে এইটো অসমৰ ভিডিঅ’ আৰু এইসকল মানুহক নিজৰ ঘৰৰ পৰা বাহিৰ কৰি […]

Continue Reading

এইটো অসমৰ কেব আন্দোলনৰ সময়ত প্ৰতিবাদকাৰীৰ ওপৰত পুলিচৰ গুলী চালনাৰ ভিডিঅ’ নহয়!

সম্প্ৰতি অসমৰ লগতে গোটেই উত্তৰ পূবতেই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰবল প্ৰতিৰোধ গঢ়ি উঠিছে আৰু অসমত ঠাইয়ে ঠাইয়ে চৰকাৰী বাহিনী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘাত হৈছে । ইয়াকে লৈ অসমত ছচিয়েল মিডিয়াৰ জৰিয়তে এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । বিশেষকৈ হোৱাটচ এপ্পৰ জৰিয়তে ভাইৰেল হৈ পৰা এই ভিডিঅ’টোত দুজন আৰক্ষী যোৱানক প্ৰতিবাদকাৰী যেন লগা এজাক […]

Continue Reading

এইখন তেলেংগানাৰ বলাতকাৰ ঘটনাৰ অভিযুক্তক পুলিচে পিটি থকা ফটো নহয়!

শেহতীয়াকৈ তেলেংগানাৰ এগৰাকী ২৬ বছৰীয়া যুৱতী ভেটেৰিনেৰী ডক্টৰক নিৰ্মম ভাৱে বলাতকাৰ কৰি হত্যা কৰি পাছত জ্বলাই দিয়া ঘটনাই গোটেই দেশকে জোকাৰি গৈছে । চাৰি অভিযুক্তই যুৱতী গৰাকীৰ গাড়ীৰ চকা ফুটাৰ পাছত সহায় কৰাৰ চলেৰে কাষলৈ আহি পাছত আক্ৰমণ কৰে ।  ইয়াৰ মাজতেই, এখন ফটো সমগ্ৰ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে য’ত এজন মানুহক কেইজনমান পুলিচে […]

Continue Reading