এইটো ভিডিঅ’ ভাৰতে ধ্বংস কৰা পাকিস্তানী যুদ্ধবিমানৰ পাইলটৰ নহয়। 

শেহতীয়াকৈ যোৱা ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া হৈছে ভাৰতে ধ্বংস কৰা পাকিস্তানৰ যুদ্ধবিমানৰ এগৰাকী পাইলটৰ দৃশ্য। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা […]

Continue Reading

প্ৰয়াগৰাজৰ ওপৰেৰে আন্তঃৰাষ্ট্ৰীয় বিমান উৰি যোৱাৰ সময়ৰ পাইলটৰ ঘোষণাৰ ভিডিঅ’টো প্ৰকৃত ঘোষণা নহয়। সেয়া কণ্টেণ্ট ক্ৰিয়েটৰে সৃষ্টি কৰা ভিডিঅ’হে। 

শেহতীয়াভাবে যোৱা ১০ ফেব্ৰুৱাৰী ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে প্ৰয়াগৰাজৰ মহা কুম্ভমেলাৰ ওপৰেৰে উৰি যোৱা বিমান এখনৰ পাইলটে মহাকুম্ভৰ বৰ্ণনাৰে বিমান ঘোষণা কৰিছে। ভিডিঅ’টোত মহা কুম্ভমেলাৰ দৃশ্যৰে সৈতে এটা বিশেষ ঘোষণা শুনা গৈছে।  ভিডিঅ’টোৰ ওপৰত লিখা হৈছে যে সেয়া ২০২৫ৰ মহাকুম্ভ আৰু যেতিয়া আন্তঃৰাষ্ট্ৰীয় বিমান প্ৰয়াগৰাজলৈ আহে,তেতিয়া […]

Continue Reading

ভাইৰেল ভিডিঅ’ত কণ্ঠ নিগৰোৱা লোকজন বায়ুসেনাৰ প্ৰাক্তন উইং কমাণ্ডাৰ তথা দূৰ্ভগীয়া বিমানখনৰ মুখ্য পাইলট দীপক চাথে নহয়!

সংৰক্ষিত লিংক শেহতীয়াকৈ এখন এয়াৰ ইণ্ডিয়াৰ বিমান ডুবাইৰ পৰা কেৰেলালৈ আহোঁতে কেৰেলাৰ কোঝিকোড় বিমান বন্দৰত এক দুৰ্ভাগ্যজনক বিমান দুৰ্ঘটনাত পতিত হয় । এই বিশেষ বিমানখনে ১০ টা শিশুসহ ১৯০ গৰাকী বিমানযাত্ৰী ডুবাইৰ পৰা কঢ়িয়াই আনিছিল । দুৰ্ঘটনাটোত বিমানখনৰ দুয়োজন পাইলটসহ ২০ জনকৈ লোকৰ মৃত্যু হৈছে । ইয়াৰে মুখ্য পাইলট জনৰ নাম দীপক চাথে হয় আৰু […]

Continue Reading