যোৱা ২৩ এপ্ৰিল ২০২৫ৰ ভিডিঅ’কে ১৬ মে’ ২০২৫ৰ বুলি মিছাকৈ প্ৰচাৰ।
শেহতীয়াকৈ যোৱা ১৬ মে ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে বাতৰি পঢ়ি থকা এগৰাকী মহিলা সাংবাদিকৰ এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেই ভিডিঅ’টো সেইদিনটোৰ অৰ্থাত ১৬মে’ৰ। তুৰস্কত অহা ভূমিকম্পত এইদৰে বাতৰিৰ মাজতে কম্পিত হৈছিল বুলি কোৱা হৈছে পোষ্টটোত। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ […]
Continue Reading