এয়া আচলতে Elnaz Mansouri নামৰ এগৰাকী শিল্পীৰ দ্বাৰা কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট অথবা AI Generated ভিডিঅ’হে।   

শেহতীয়াকৈ অসমৰ এটা সংবাদ প্ৰতিষ্ঠানৰ ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া শেহতীয় যুদ্ধৰ বিভীষিকাৰ মাজতে ইৰাণীসকলে নৱবৰ্ষ উদযাদপনৰ দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে– যুদ্ধৰ বিভিষিকাৰ মাজতো সাহসী ইৰাণীয়ান সকলে উদযাপন কৰিছে পাৰ্চী নওৰুজ অৰ্থাৎ নববৰ্ষ  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ […]

Continue Reading

এই ভিডিঅ’টো জাপানৰ শেহতীয়া ভূমিকম্পৰ নহয়।

২০২৪ চনৰ ১ জানুৱাৰীৰ বিয়লি মধ্য জাপানত ৭.৫ মাত্ৰাৰ ভূমিকম্পৰ ফলত বহু অট্টালিকা ভাঙে, জুই লাগে তথা পূব ৰাছিয়ালৈকে চুনামী সতৰ্কবাণীৰ সূচনা কৰে। সেয়ে জাপানৰ ক্ষতিগ্ৰস্ত উপকূলীয় অঞ্চলসমূহ খালী কৰিবলৈ বাসিন্দাসকলক নিৰ্দেশ দিয়া হয়। এই ভূমিকম্পৰ ফলত জাপানৰ পশ্চিম উপকূল আৰু চুবুৰীয়া দেশ দক্ষিণ কোৰিয়াত প্ৰায় ১ মিটাৰ পৰ্যন্ত ঢৌৰ সৃষ্টি হয় আৰু কৰ্তৃপক্ষই কয় […]

Continue Reading