সঁচাকৈয়ে যোগেন্দ্ৰ যাদৱৰ আচল নাম চেলিম খান আৰু তেওঁ মুছলমান লোক নেকি?
শেহতীয়াভাৱে অসমৰ ছোচিয়াল মিডিয়াত এটা ভিডিঅৰ’ কিয়দংশ বিয়পি পৰিছে য’ত দেখা গৈছে আম আদমি পাৰ্টিৰ প্ৰাক্তন নেতা, সামাজিক কৰ্মী, আৰু মনোবিজ্ঞানী যোগেন্দ্ৰ যাদৱৰ সাক্ষাৎকাৰ লৈ থকা হৈছে। ভিডিঅ’ ক্লিপটোত সাক্ষাৎকাৰ লোৱা এংকৰজনে যাদৱক সুধিছে, “মই আপোনাক চেলিম বুলি ক’লে আপোনাৰ কিবা সমস্যা আছে নেকি?” যাৰ উত্তৰত যাদৱে কয়, “নাই, মোৰ শৈশৱৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালে মোক […]
Continue Reading