২০২৪চনত মালয়েছিয়াত হোৱা হেলিকপ্তাৰ দুৰ্ঘটনাৰ দৃশ্যকে ব্ৰাজিলত হোৱা শেহতীয়া দুৰ্ঘটনাৰ বুলি মিছাকৈ প্ৰচাৰ।
শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত যোৱা ১৫ জুন, ২০২৬ত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে সেই দৃশ্যটো ব্ৰাজিলৰ এক শেহতীয়া হেলিকপ্তাৰৰ দুৰ্ঘটনাৰ চিচিটিভি ফুটেজ | সেই দুৰ্ঘটনাত বিখ্যাত গায়ক অলিভাৰ ট্ৰী নিহত হোৱা বুলি দাবী কৰা হৈছে। লিখিছে- ব্ৰাজিলৰ হেলিকপ্তাৰৰ ভয়ানক মূখামুখী সংঘৰ্ষৰ চিচিটিভি ফুটেজ | নিহত হল বিখ্যাত গায়ক অলিভাৰ Facebook […]
Continue Reading
