শুই থকা লোক এজনক সিংহই আক্ৰমণ নকৰাকৈ গুছি যোৱা দৃশ্যটো AI Generated অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা। 

শেহতীয়াকৈ যোৱা ৭ জুন, ২০২৫ত অসমৰ কেইগৰাকীমান ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই দৃশ্যৰে এইবুলি দাবী কৰিছিল যে দুটি সিংহই এগৰাকী ৰাষ্টাত শুই থকা লোক এজনক শুঙি গুছি গৈছে কিন্তু একো হানি কৰা নাই। দৃশ্যটো চিচিটিভিত বন্দী হোৱা দৃশ্য বুলি উল্লেখ কৰা হৈছে।  Facebook Link Archived Link একেই দাবীৰে সেই ভিডিঅ’টো আপলোড কৰা […]

Continue Reading

সিংহই বিচৰণ কৰি থকা এই ভিডিঅ’টো অসমৰ নহয়

শেহতীয়াকৈ এটা বিশেষ ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টোত এটা সিংহ‌ই গৰ্জন কৰি থকা দেখা গৈছে আৰু দাবী কৰা হৈছে যে ভিডিঅ’টো অসমৰ কৰিমগঞ্জৰ কলকলিৰ। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি ৰিভাৰ্চ ইমেজ চাৰ্চ কৰি ২০২০ চনৰ ২৭ অক্টোবৰত “SabiSabiReserve” […]

Continue Reading

এইখন ৰাছিয়াত ক’ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধিবলৈ ৰাজপথত সিংহ মেলি দিয়া ফটো নেকি?

ফেচবুক লিংক | সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈ আছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতলৈও ক’ৰনা ভাইৰাছ ধীৰে ধীৰে বিয়পিব ধৰিছে আৰু সমগ্ৰ বিশ্বতে […]

Continue Reading