বাঘ আৰু গৰুৰ নিবিড় সম্পৰ্কৰ এই ঘটনাটো বা ভাইৰেল ফটোকেইখন অসমৰ নহয়!
ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ বাঘ আৰু গৰুৰ একেলগে থকা কেইখনমান ফটোৱে ছচিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰিছে । দাবী কৰা হৈছে যে এই ফটোকেইখন অসমৰ হয় আৰু উক্ত বাঘটোক সৰুতে এই গৰুজনীয়ে গাখীৰ খুৱাইছিল আৰু সেইবাবে বাঘটোৱে এতিয়া ডাঙৰ হৈ গৰুজনীৰ ওচৰলৈ আহে আৰু কোনো অপকাৰ নকৰে । এই সম্পৰ্কে হোৱাটচ এপ্পত আমাক কিছু […]
Continue Reading