শেহতীয়াকৈ লাডাখত এখন ভাৰতীয় এমআই ১৭ হেলিকপ্টাৰ দুৰ্ঘটনাগ্রস্থ হৈছিল নেকি?
সংৰক্ষিত লিংক শেহতীয়াকৈ ছ’চিয়েল মিডিয়াৰ জৰিয়তে এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে । ফটোখনত এখন দুৰ্ঘটনাগ্রস্থ হেলিকপ্টাৰ দেখা গৈছে । দাবী কৰা হৈছে যে এইখন শেহতীয়াকৈ লাডাখত দুৰ্ঘটনাগ্রস্থ হোৱা ভাৰতীয় এমআই ১৭ হেলিকপ্টাৰ । উক্ত ফটোখন অসমত হোৱাটচ এপ্পৰ জৰিয়তে ভাইৰেল হৈ পৰিছে । বিভিন্নজনে উক্ত ফটোখন শ্বেয়াৰ কৰিছে আৰু এনেকুৱা ঘটনা কিবা সঁচাকৈ ঘটিছে […]
Continue Reading