আৰ এছ এছৰ কৰ্মীসকলে কৰা উদ্ধাৰ অভিযানৰ পুৰণি ফটো ৱায়ানাডৰ শেহতীয়া পৰিস্থিতিৰ সৈতে জড়িত বুলি ভাইৰেল।

কেৰেলাৰ ৱায়ানাডত যোৱা ৩০ জুলাইত হোৱা ভূমিস্খলনত তিনিশৰো অধিক লোকৰ মৃত্যু হৈছে আৰু বহুতো লোক এতিয়াও নিৰুদ্দেশ হৈ আছে। চৰকাৰৰ লগতে বিভিন্ন দল- সংগঠন উদ্ধাৰ আৰু সাহাৰ্য অভিযানত জড়িত হৈ পৰিছে। এই পৰিপ্ৰেক্ষিতত কেইখনমান বিশেষ ফটোৰ এখন ক’লাজ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে য’ত কিছু লোকে সাহাৰ্য বিতৰণ কৰা আৰু বানাক্ৰান্ত এলেকালৈ যোৱা দেখা গৈছে। […]

Continue Reading

কেৰালাৰ ত্ৰিশূৰ সমষ্টিৰ সাংসদ সুৰেশ গোপীয়ে মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিব বিচাৰিছে নেকি?

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত কেৰেলাৰ ত্ৰিশূৰ সমষ্টিৰ সাংসদ সুৰেশ গোপী সম্পৰ্কে এটা খবৰ ব্যাপকভাৱে ভাইৰেল হৈছে। দাবী কৰা হৈছে যে শপত গ্ৰহণৰ এদিন পাছতে অভিনয়ৰ বাবে মন্ত্ৰীত্ব এৰিব বিচাৰিছে সাংসদ সুৰেশ গোপীয়ে। চিনেমাৰ শ্বুটিঙৰ বাবে তেওঁ মন্ত্ৰীত্বৰ দায়িত্ব এৰিব বিচাৰিছে বুলি দাবী কৰা হৈছে।  ফেচবুকত বহু অসমীয়া নিউজ প’ৰ্টেলে এই খবৰ প্ৰকাশ কৰিছে। Facebook Link | […]

Continue Reading

ৰাহুল গান্ধীৰ সমৰ্থকে কেৰেলাত ইছলামিক পতাকা লৈ ৰেলী কৰিছিল নেকি?

শেহতীয়াকৈ ফেচবুকত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত এক ৰাজনৈতিক ৰেলীত সেউজীয়া পতাকা লৈ এদল মানুহে শ্লোগান দিয়া দেখা গৈছে। দাবী কৰা হৈছে যে এয়া কেৰেলাৰ ৰাহুল গান্ধীৰ সমৰ্থক মুছলমান লোকৰ ৰেলী। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  প্ৰথমে আমি ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট লৈ […]

Continue Reading

কেৰেলাৰ সবৰীমালা মন্দিৰৰ দৰ্শনাৰ্থীক মাৰপিট কৰি গ্ৰেপ্তাৰ কৰা হৈছে বুলি কৰা দাবীটো সত্য নহয়।

ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে এজন শিশুৱে পুলিচৰ ভেনত উঠি পিতৃক বিচাৰি কান্দি চিঞৰি থকা এটা হৃদয়বিদাৰক ভিডিঅ’। চ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ মতে, এই ভিডিঅ’টো সবৰীমালা মন্দিৰৰ, য’ত যোৱা এসপ্তাহ ধৰি প্ৰতিদিনে লাখ লাখ ভক্তই দৰ্শনৰ বাবে আহি আছে। শিশুটিয়ে পিতৃ আৰু পৰিয়ালক বিচাৰিবলৈ হাত জোৰ কৰি আৰক্ষীক অনুৰোধ কৰি থকা দেখা যায়। এই ভিডিঅ’টো শ্বেয়াৰ কৰি […]

Continue Reading

কেৰালাত এইদৰে মুছলিম যুৱকে আইছিছৰ টি-ছাৰ্ট পিন্ধি ফটো উঠিছে নেকি?

শেহতীয়াভাৱে সুদীপ্ত সেনৰ চিনেমা ‘দ্য কেৰেলা ষ্ট’ৰী’ৰ মুক্তিৰ পাছতেই ছ’চিয়েল মিডিয়াত কেৰালাৰ বিষয়ে ভুল ধাৰণা বিয়পাই বহু কথা প্ৰচাৰিত হৈছে। বিশেষকৈ টুইটাৰত বিভিন্ন ধৰণৰ ভুল তথ্য তথা বিভ্ৰান্তিকৰ প্ৰচাৰ চলা দেখা গৈছে। সেইধৰণৰ টুইটবোৰে অসমৰ ৰাইজকো প্ৰভাৱিত কৰা দেখা গৈছে। ৭ মে’ ২০২৩ত কৰা তেনেকুৱা এটা টুইট আমাৰো চকুত পৰিছে। টুইটটোত দেখা গৈছে যে ক’লা […]

Continue Reading

পাকিস্তানৰ এক পুৰণি প্ৰতিবাদৰ ভিডিঅ’ ভাৰতৰ কেৰেলাত শেহতীয়াকৈ নুপুৰ শৰ্মাৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ ভিডিঅ’ বুলি ভুলকৈ প্ৰচাৰ হৈছে!

হজৰত মহম্মদক লৈ বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ নুপুৰ শৰ্মাই কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰা বুলি দাবী কৰি বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । এনে এটা ভিডিঅ’ত দেখা গৈছে যে ৰাস্তাৰ কাষত থিয় হৈ মানুহে পাকিস্তানৰ পতাকা জোকাৰি থকাৰ সময়তে ৰাস্তাত এখন ভাৰতীয় ত্ৰিৰংগা পতাকাৰ ওপৰেৰে কেইবাখনো বাহন পাৰ হৈ গৈছে […]

Continue Reading

অসমত লক ডাউনৰ মাজতে শেহতীয়াকৈ দুদিনমানৰ বাবে মদৰ দোকান খুলিবলৈ দিয়াৰ পাছত এনে পৰিস্থিতিৰ সৃষ্টি হৈছে নেকি?

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ এক লাখ ৪৪ হেজাৰতকৈ অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু […]

Continue Reading

এইটো কেৰেলাৰ কমিউনিষ্ট সকলে বিজেপিয়ে নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষে উলিওৱা এক ৰেলীত আক্ৰমণ কৰা ভিডিঅ’ নহয়!

ফেচবুক লিংক | সংৰক্ষিত লিংক সম্প্ৰতি অসমৰ লগতে গোটেই ভাৰতবৰ্ষতে নাগৰিকত্ব সংশোধনী আইনৰ (কা) বিৰুদ্ধে প্ৰবল আন্দোলন গঢ়ি উঠাৰ সময়তে ছচিয়েল মিডিয়াৰ জৰিয়তে শেহতীয়াকৈ এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । অসমতো ফেচবুকৰ জৰিয়তে ভাইৰেল হৈ পৰা এই ভিডিঅ’টোত বাইক ৰেলী কৰি অহা এদল মানুহক আন এদল মানুহে আক্ৰমণ কৰা দেখা গৈছে । এই ভিডিঅ’টো […]

Continue Reading