কৰ্ণাটকৰ পুৰোহিতসকলৰ এক পুৰণি ভিডিঅ’ বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত কেইগৰাকীমান পুৰোহিত আৰু আন ব্যক্তিৰ মাজত বাক-বিতণ্ডা হোৱা দেখা গৈছে। ভিডিঅ’টো ফেচবুকত শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “💰দান পাত্ৰৰ টকা💰 কৰ্ণাটকৰ অধিকাৰী বিষয়ববীয়াই মন্দিৰৰ দানপাত্ৰত উঠা টকা নিব আহিছিল। পূজাৰী সকলে বিৰোধিতা কৰি আগতে মছজিদ আৰু চাৰ্ছৰ দান পাত্ৰৰ টকা আনিব দিলে। হিন্দু জাগিছে🚩 Facebook Link | […]

Continue Reading

কৰ্ণাটকত মন্দিৰ প্ৰাংগনতে মুছলমানে আক্ৰমণ কৰিছে নেকি হিন্দু লোকক? সত্যটো জানক।

শেহতীয়াভাৱে অসমৰ ফেচবুকত এটা ভিডিঅ’ বহুলভাৱে প্ৰচাৰ হৈছে। এক নিৰ্দিষ্ট স্থানত দুটা দলৰ মাজত দুৰ্বাদল কাজিয়া, হতাহতি,তৰ্কা-তৰ্কি দেখা গৈছে। দাবী কৰা হৈছে যে এয়া কৰ্ণাটকৰ দৃশ্য। কৰ্ণাটকত একাংশ মুছলমান লোকে কেইগৰাকীমান হিন্দু লোকক মন্দিৰ প্ৰাংগনতে প্ৰহাৰ কৰা বুলি দাবী কৰি ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে। ভিডিঅ’টো আপলোড কৰি কেপছন লিখিছে এইদৰে- হিন্দুৱে এতিয়া মন্দিৰৰ সমুখতো সুৰক্ষিত […]

Continue Reading

এইখন অসমৰ গোৱালপাৰা জিলাৰ ফটো নহয়!

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ এখন নান্দনিক ফটো ফেচবুকত ভাইৰেল হৈ পৰিছে । উক্ত ফটোখন অসমৰ গোৱালপাৰা জিলাৰ হয় বুলি দাবী কৰা হৈছে । ফটোখনত এটা পকা, চিধা ৰাস্তা এক হেলনীয়া সেউজীয়া পাহাৰৰ কাষেদি পাৰ হৈ যোৱা দেখা গৈছে ।  উক্ত ফটোখন ধীমান চিনহা নামৰ এজন লোকে ৬ জুন, ২০২০ তাৰিখে আপলোড কৰিছে আৰু […]

Continue Reading

লক ডাউন উলংঘা কৰি কৰ্ণাটকৰ মুখ্যমন্ত্ৰী য়েডিয়ুৰাপ্পা প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীৰ পুত্ৰৰ বিবাহ অনুষ্ঠানত উপস্থিত আছিল নেকি?

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ এক লাখ ৬৫ হেজাৰতকৈ অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু […]

Continue Reading