হায়দৰাবাদৰ ভিডিঅ’ অসমৰ কৰিমগঞ্জত দুৰ্গা পূজা মণ্ডপ লণ্ডভণ্ড বুলি মিছা দাবীৰে ভাইৰেল কৰা হৈছে।  

শেহতীয়াভাবে অসমৰ হোৱাটছএপত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈছে যিটো ভিডিঅ’ত দেখা গৈছে যে  এখন দুৰ্গা পূজা মণ্ডপ লণ্ডভণ্ড কৰা হৈছে। তাত থকা দুৰ্গা প্ৰতিমাটোও ভাঙিছে। চৌপাশে সিচৰতি হৈ পৰি আছে বিভিন্ন পূজাৰ সামগ্ৰী। দাবী কৰা হৈছে যে সেয়া কৰিমগঞ্জৰ ঘটনা আৰু কোনো মুছলমান লোকে সেই কাণ্ড সংঘটিত কৰিছে। আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈয়ো সেই ভিডিঅ’টো একেই […]

Continue Reading

সিংহই বিচৰণ কৰি থকা এই ভিডিঅ’টো অসমৰ নহয়

শেহতীয়াকৈ এটা বিশেষ ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টোত এটা সিংহ‌ই গৰ্জন কৰি থকা দেখা গৈছে আৰু দাবী কৰা হৈছে যে ভিডিঅ’টো অসমৰ কৰিমগঞ্জৰ কলকলিৰ। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি ৰিভাৰ্চ ইমেজ চাৰ্চ কৰি ২০২০ চনৰ ২৭ অক্টোবৰত “SabiSabiReserve” […]

Continue Reading

অসমত ৮টা শিশু ক’ৰনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে নেকি?

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । চীন দেশত ইতিমধ্যে জৰুৰী কালিন অৱস্থা ঘোষনা কৰা হৈছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি চীনত এহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ […]

Continue Reading

প্ৰাক্তন বিধায়িকাৰ ওপৰত হোৱা আক্ৰমণৰ পুৰণা ফটো ব্যৱহাৰ কৰি টুইটাৰত ভাইৰেল ভুৱা পোষ্ট

ছচিয়েল নেটৱৰ্ক ছাইট টুইটাৰত ভাইৰেল হৈ পৰিছে দুখন বিশেষ ফটো। কংগ্ৰেছ মুক্ত ভাৰত (@sagenaradmuni) নামৰ টুইটাৰ হেণ্ডেল এটাৰ পৰা আপলোড হোৱা ফটো দুখন হৈছে অসমৰ প্ৰাক্তন বিতৰ্কিত কংগ্ৰেছ বিধায়িকা ৰুমী নাথ আৰু তেওঁৰ দ্বিতীয় স্বামী জেকী জাকিৰ হুছেইনৰ। ৪ অক্টোবৰ, ২০১৯, পুৱতি নিশা ২:২৩ বজাত পোষ্ট কৰা আপডেটটোত লিখা হৈছে যে “এগৰাকী হিন্দু নাৰীয়ে নিজৰ […]

Continue Reading