প্ৰাগ নিউজৰ ল’গো ব্যৱহাৰ কৰি ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ, সাংবাদিক অজিত কুমাৰ ভূঞাৰ মৃত্যু হোৱা বুলি মিছাকৈ প্ৰচাৰ।

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত অসমৰ এক সংবাদ প্ৰতিষ্ঠান প্ৰাগ নিউজৰ ল’গো ব্যৱহাৰ ব্যৱহাৰ কৰি অসমৰ বিশিষ্ট সাংবাদিক,সাহিত্যিক তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ অজিত কুমাৰ ভূঞাৰ ফটোত লিখা হৈছে – ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ অজিত কুমাৰ ভূঞাৰ মৃত্যু। GMCHৰ ICUত চিকিত্সাধীন আছিল সাংবাদিকগাৰকী। এইদৰে প্ৰাক্তন সাংসদগৰাকীৰ মৃত্যু ঘটা বুলি দাবী কৰা হৈছে। Facebook LinkArchived Link কিন্তু দাবীটো […]

Continue Reading

ডিজিটেলী সম্পাদনা কৰা ভিডিঅ’ৰে সাংবাদিক অঞ্জনা ওম কাশ্যপে শাসকীয় পক্ষৰ হৈ কথা কোৱাৰ বাবে ক্ষমা খোজা বুলি মিছাকৈ প্ৰচাৰ।

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেইটো সাংবাদিক অঞ্জনা ওম কাশ্যপে দিয়া এক ৰাজহুৱা ভাষণ বুলি দাবী কৰিছে। ভিডিঅ’টোত অঞ্জনা ওম কাশ্যপে নিজৰ কৰ্মৰ বাবে খেদ প্ৰকাশ কৰা শুনা গৈছে। তেওঁ আনকি ৰাইজৰ কণ্ঠৰ হোৱাৰ পৰিৱৰ্তে শাসকীয় পক্ষৰ মুখপাত্ৰ হোৱাৰ বাবে ক্ষমা খোজাও শুনা গৈছে। সাংবাদিকগৰাকীয়ে শাসকীয় পক্ষৰ এংকৰ হিচাপে কাম কৰাটো […]

Continue Reading

সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা এই ভিডিঅ’টোৰ বাংলাদেশৰ শেহতীয়া ৰাজনৈতিক অস্থিৰতাৰ সৈতে সম্পৰ্ক নাই।

এজন সাংবাদিকৰ লগত একাংশ‌ লোকে অভব্য আচৰণ কৰা এক ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু দাবী কৰা হৈছে যে বাংলাদেশত বাতৰি পৰিৱেশন কৰা সাংবাদিক এজনক‌ প্ৰতিবাদকাৰীয়ে এইদৰে অভব্য আচৰণ কৰিছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “বাংলাদেশৰ তলুৱা চেলেকা সাংবাদিকৰ বৰ্তমানৰ অৱস্থা”। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে […]

Continue Reading

অন কেমেৰা সাংবাদিকৰ মৃত্যু হোৱা এই ভিডিঅ’টো ইজৰাইল আৰু হামাছৰ মাজত বৰ্তমান চলি থকা যুদ্ধৰ নহয়।

হামাছ আৰু ইজৰাইলৰ মাজত চলি থকা সংঘাতৰ মাজতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে দুজন পেলেষ্টাইনী লোকে মিছাইলৰ আঘাত পোৱাৰ ভিডিঅ’। ভিডিঅ’টোত দুজন লোকক সংঘাতজৰ্জৰ অঞ্চলৰ পৰা পলাই যোৱা দেখা গৈছে। কেমেৰা কঢ়িয়াই নিয়া ব্যক্তিজনে বোমাবৰ্ষণৰ পৰা হাত সাৰিবলৈ আলোচনা কৰা শুনা যায়। হঠাৎ এটা ডাঙৰ শব্দ হয় আৰু কেমেৰাটো মাটিত বাগৰি পৰে। ৰেকৰ্ডিং চলি থাকে […]

Continue Reading