এই দৃশ্যবোৰ ভেনিজুৱেলাৰ ভূমিকম্পৰ নহয়। ২০২৬ৰ ২৫ জুনত উত্তৰ-পূৱ জাপানত হোৱা ভূমিকম্পৰহে দৃশ্য সেয়া।
শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত যোৱা এটা ভিডিঅ’ আপলোড কৰি সেয়া ভেনিজুৱেলাত অহা অতি শেহতীয়া ভূমিকম্পৰ দৃশ্য বুলি দাবী কৰা হৈছে। পোষ্টটোত লিখিছে- আমেৰিকাৰ ভেনেজুৱেলাৰ ভয়ংকৰ ভূমিকম্পৰ দৃশ্য দেখিলে আপোনাৰো বুকু কঁপি উঠিব। এতিয়ালৈকে ১ লাখ পৰ্যন্ত লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে। ৭.১ আৰু ৭.৫ প্ৰাবল্যৰ দুটাকৈ ভয়ানক ভূমিকম্প আহিছিল। Facebook Link Archived Link কিন্তু […]
Continue Reading
