ট্ৰেইনৰ চেইন টানি পলোৱা এই সকল বহি ৰাজ্যৰ পৰা অসমলৈ অহা লোক নহয়!

ফেচবুক লিংক । সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে প্ৰায় তিনি লাখ ৪৫ হাজাৰ মানুহৰ মৃত্যু হৈছে আৰু প্রায় ৫৪ লাখ মানুহ আক্রান্ত হৈছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে এক লাখ ৩৯ হাজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ইয়াৰে ৪০২১ জনৰ মৃত্যু […]

Continue Reading

অসমৰ কা বিৰোধী আন্দোলনৰ সময়ত এই ট্ৰেইন পাইলত গৰাকীয়ে ১৫০০ যাত্ৰীৰ প্ৰাণ বচাইছিল নেকি?

শেহতীয়াকৈ অসমৰ লগতে গোটেই উত্তৰ পূবতে নাগৰিকত্ব সংশোধনী আইনৰ (কা) বিৰুদ্ধে প্ৰবল আন্দোলন গঢ়ি উঠাৰ সময়তে ছচিয়েল মিডিয়াৰ জৰিয়তে এক বিশেষ পোষ্ট/ফটো ভাইৰেল হৈ পৰিছে । আন্দোলনৰ অংশ হিচাবে প্ৰতিবাদকাৰীয়ে ঠাইয়ে ঠাইয়ে ৰেল আৰু ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি আন আন পথবোৰ বন্ধ কৰি দিছিল আৰু বিভিন্ন সময়ত সাধাৰণ নাগৰিক বা যাত্ৰীৰ লগত খণ্ড যুদ্ধতও লিপ্ত হৈছিল […]

Continue Reading