FACT CHECK: ভাইৰেল ভিডিঅ’ত ৰাষ্ট্ৰীয় সংগীত পাহৰি যোৱা লোকজন বিজেপি নেতা নহয়
চলিত বৰ্ষত ভাৰতবৰ্ষই ৭৫সংখ্যক স্বাধীনতা দিৱস পালন কৰে। এই বিশেষ দিনটো পালনৰ বিভিন্ন পোষ্টৰ জোৱাৰ উঠা দেখা গ’ল ছ’চিয়েল মিডিয়াত। তেনেকুৱা এটা ভিডিঅ’, য’ত এগৰাকী ৰাজনৈতিক নেতাৰ দৰে দেখাত ব্যক্তিয়ে ৰাষ্ট্ৰীয় সংগীতটো গাবলৈ চেষ্টা কৰি মাজতে পাহৰি যোৱা দেখা গৈছে। দাবী কৰা হৈছে যে সেই ব্যক্তিগৰাকী এগৰাকী বিজেপি নেতা আৰু তেওঁ আনকি ৰাষ্ট্ৰীয় সংগীতটোকেই নাজানে। […]
Continue Reading