Fact Check: এই ভাইৰেল ফটোকেইখন আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত অৰ্ণৱ গোস্বামীক মাৰধৰ কৰা ফটো নহয়!

অসমৰ ছ’চিয়েল মিডিয়াত দুখন ফটো ভাইৰেল হৈ পৰিছে, য’ত দাবী কৰিছে যে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰৰ পিছত আৰক্ষীয়ে ওলোটাকৈ ওলমাই লৈ লঠিয়াইছে, মাৰিছে।   দুগৰাকী ব্যক্তিক আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগত অভিযুক্ত কৰি বুধবাৰে মুম্বাই আৰক্ষীয়ে অৰ্ণৱ গোস্বামীক নিজৰ জিম্মাত লৈছিল। ২০১৮চনৰ সেই গোচৰটো হৈ ইন্টেৰিয়ৰ ডিজাইনাৰ অনভয় নাইক আৰু তেওঁৰ মাতৃ কুমুদ নাইকৰ মৃতদেহ তেওঁলোকৰ আলীগড়স্থিত […]

Continue Reading