এই মেচেজটো সঁচাকৈয়ে ভাৰত চৰকাৰ আৰু হায়দৰাবাদ পুলিচৰ তৰফৰপৰা পঠিওৱা হৈছেনে?

শেহতীয়াকৈ এটা বিশেষ মেচেজ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ভাৰত চৰকাৰ আৰু হায়দৰাবাদ পুলিচৰদ্বাৰা পঠিওৱা বুলি দাবী কৰা এই মেচেজটোত কোৱা হৈছে যে বিভিন্ন ক’ল্ড ড্ৰিংকছ যেনে মাজা, ক’কা কোলা, চেভেন আপ, পেপছি আদিত সেই কোম্পানীত কৰ্মৰত কোনো কৰ্মচাৰীয়ে ইবোলা ভাইৰাছ সংক্ৰমিত তেজ মিহলি কৰিছে। এই বাতৰিটো এন ডি টি ভি ত সম্প্ৰচাৰিত হোৱা […]

Continue Reading