FACT CHECK: ক’ভিড-১৯ কেছৰ সংখ্যা বঢ়াৰ বাবে স্কুল-কলেজ ২০ নৱেম্বৰৰ পৰা বন্ধ কৰি দিয়া হৈছে বুলি মুখ্যমন্ত্ৰীয়ে টুইট কৰা নাই!

অসমত শেহতীয়াকৈ ক’ভিড-১৯’ত আক্ৰান্ত ৰোগীৰ সংখ্যা কিছু পৰিমাণে পুনৰ বঢ়া দেখা গৈছে । বিশেষকৈ কামৰূপ(মেট্ৰ) জিলাত ৰোগীৰ সংখ্যাৰ ক্ষেত্ৰত পুনৰ কিছু উত্থান দেখা গৈছে । এনে সময়তে ক’ভিড-১৯ সম্পৰ্কীয় এটা বিশেষ স্ক্ৰিনশ্বট ভাইৰেল হৈ পৰিছে । দাবী কৰা হৈছে যে এইয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক টুইটৰ স্ক্ৰিনশ্বট হয় । উক্ত সন্দেহজনক টুইটটোত কোৱা […]

Continue Reading

ৰাজস্থানৰ পৰা অহা বাছত ৮জন ক’ৰনা ভাইৰাছ পজিটিভ ৰোগী পোৱা গৈছে বুলি হিমন্ত বিশ্ব শৰ্মায়ে টুইট কৰিছিল নেকি?

সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে প্ৰায় দুই লাখ ৮৩ হাজাৰতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ৪১.২ লাখ মানুহ আক্রান্ত হৈছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ৬৭ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ইয়াৰে ২২০৬ জনৰ মৃত্যু হৈছে । অসমতো ৬৩জন […]

Continue Reading