বৃহৎ আকাৰৰ চিলাৰ সৈতে ৩ বছৰীয়া শিশু এটা উৰি যোৱা ভিডিঅ’টো গুজৰাটৰ নহয়

শেহতীয়াকৈ এটা বিশেষ ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টোত এখন বৃহৎ আকাৰৰ চিলাৰ সৈতে এটি ৩ বছৰীয়া শিশু উৰি যোৱা দেখা গৈছে। দাবী কৰা হৈছে যে এই ঘটনাটো সংঘটিত হৈছে গুজৰাটত। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি ভিডিঅ’টো কীফ্ৰেমত বিভক্ত […]

Continue Reading

Fact check: মাজ পথত সিংহৰ জাকে প্ৰাৰ্থনাৰত ব্যক্তিক নিৰাপত্তা প্ৰদান কৰা ফটোখন মিছা!

এজন লোকে ৰাজপথৰ মাজত নামাজ পঢ়িবলৈ আৰম্ভ কৰোতে তেওঁ প্ৰাৰ্থনাত ব্যাঘাত নোহোৱাকৈ পথটোৰ যাতায়াতক বাধা দি এজাক সিংহই তেওঁক নিৰাপত্তা প্ৰদান কৰা বুলি এখন ফটো শেহতীয়াকৈ অসমৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।  শ্বেয়াৰ হৈ থকা ফটোখনত কেপচন দিয়া হৈছে “ভাৰতৰ গুজৰাটত”। আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈ এজন হোৱাটছএপ ব্যৱহাৰকাৰীয়ে ইয়াৰ সত্যতা নিৰূপনৰ বাবে প্ৰেৰণ কৰিছে। […]

Continue Reading