ভাইৰেল হোৱা ভিডিঅ’টোত দেখা মুৰ্তিটো মা কামাখ্যাৰ নহয়।

ফেচবুক লিংক | সংৰক্ষিত লিংক হিন্দু আখ্যানৰ শক্তিপীঠসমুহৰ ভিতৰত অন্যতম হৈছে গুৱাহাটীত অৱস্থিত মা কামাখ্যাৰ মন্দিৰ। ইয়াৰ ৰহস্যময় শক্তিৰ বাবেই ই জনাজাত। সেইবাবেই প্ৰতি বছৰে দেশ বিদেশৰ লক্ষ লক্ষ ভক্ত আকৰ্শিত হয় শক্তিপীঠখনৰ প্ৰতি। এই শক্তিপীঠখন সন্দৰ্ভত বহুতো জনশ্ৰুতি আৰু আখ্যান আছে, যি সমুহ সকলোৱে জানে আৰু কিছুমান কিছু বিশেষ লোকে হে কব পাৰে।   তেনেকুৱা […]

Continue Reading