বিভিন্ন পুৰণি আৰু সংগতিহীন দৃশ্যকে ভাৰতে পাকিস্তানৰ ওপৰত চলোৱা অপাৰেচন সিন্দূৰৰ দৃশ্য বুলি বিগত সময়চোৱাত প্ৰচাৰ কৰা হৈছিল। 

চলিত মাহৰ ৬ তাৰিখে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে অপাৰেচন সিন্দূৰ আৰম্ভ কৰাৰ লগে লগেই সামাজিক মাধ্যমত বিভিন্ন ফটো আৰু ভিডিঅ’ সেই অপাৰেচনৰ বুলি দাবী কৰি প্ৰচাৰ হোৱা আৰম্ভ হৈছিল। আনকি কোনো কোনো সংবাদ প্ৰতিষ্ঠানেও কিছুমান ভিডিঅ’ অপাৰেচন সিন্দূৰৰ বুলি দাবী কৰি প্ৰচাৰ কৰিছিল। আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই তেনেকুৱা বহুসংখ্যক ভিডিঅ’ৰ সত্যতা নিৰূপণ কৰি সেই ভিডিঅ’বোৰনো প্ৰকৃততে […]

Continue Reading

২০২৩ৰ নৱেম্বৰত মধ্যগাজাৰ আল ফাৰুক মছজিদ ইজৰাইলে ধ্বংস কৰা দৃশ্যটো ভাৰতে অপাৰেচন সিন্দূৰেৰে ধ্বংস কৰা পাকিস্তানৰ মছজিদৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াকৈ যোৱা ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া ভাৰতে আক্ৰমণ কৰি ধ্বংস কৰা পাকিস্তানৰ এটা মছজিদৰ দৃশ্য।  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা […]

Continue Reading

যোৱা জানুৱাৰীৰ গাজাৰ দৃশ্যকে অপাৰেচন সিন্দূৰত ধ্বংসপ্ৰাপ্ত পাকিস্তান বুলি প্ৰচাৰ কৰা হৈছে।

শেহতীয়াকৈ যোৱা ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া ভাৰতে আক্ৰমণ কৰাৰ পাছৰ পাকিস্তানৰ দৃশ্য।  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত […]

Continue Reading

যোৱা এপ্ৰিল মাহৰ গাজাৰ এটা দৃশ্য পাকিস্তানৰ বুলি মিছাকৈ প্ৰচাৰ।

শেহতীয়াকৈ যোৱা ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অসমৰ কেইগৰাকীমান ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া অপাৰেচন সিন্দূৰৰ পাছত আক্ৰন্ত পাকিস্তানৰ দৃশ্য। দৃশ্যটোত দেখা যায়,এক যুদ্ধবিধ্বস্ত অঞ্চলত বহুলোকে ইফালে সিফালে দৌৰা-ধপৰা কৰি ফুৰিছে।  Facebook Link Archived Link কিন্তু দাবীটো […]

Continue Reading

২০২৪চনৰ গাজাৰ এটা যুদ্ধাক্ৰান্ত পৰিয়ালৰ দৃশ্য পাকিস্তানৰ বুলি মিছাকৈ প্ৰচাৰ।

শেহতীয়াকৈ যোৱা ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অসমৰ কেইগৰাকীমান ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া অপাৰেচন সিন্দূৰৰ পাছত আক্ৰন্ত পাকিস্তানৰ দৃশ্য।  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত […]

Continue Reading

২০২৩চনত গাজাত এখন হস্পিতালৰ ওপৰত চলা আক্ৰমণৰ দৃশ্য অপাৰেচন সিন্দূৰ বুলি প্ৰচাৰ।

শেহতীয়াকৈ ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেইল হৈ পৰিছে। অসমৰ এগৰাকীমান ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া ভাৰতে পাকিস্তানৰ ওপৰত চলোৱা অপাৰেচন সিন্দূৰ’ৰ দৃশ্য। Facebook Link Archived Link Facebook Link Archived Link Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি […]

Continue Reading

২০২৩চনত গাজাৰ ওপৰত চলা আক্ৰমণৰ দৃশ্যকে ‘অপাৰেচন সিন্দূৰ’ৰ দৃশ্য বুলি প্ৰচাৰ।

শেহতীয়াকৈ ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেইল হৈ পৰিছে। অসমৰ এটা সংবাদ প্ৰতিষ্ঠানৰ ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া ভাৰতে পাকিস্তানৰ ওপৰত চলোৱা অপাৰেচন সিন্দূৰ’ৰ দৃশ্য। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন […]

Continue Reading

যুদ্ধবিদ্ধস্ত গাজাৰ পুৰণি দৃশ্যকে পানীৰ অভাৱত পৰা পাকিস্তানী নাগৰিকৰ শেহতীয়া পৰিস্থিতি বুলি মিছাকৈ প্ৰচাৰ। 

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভাৰতে পাকিস্তানলৈ যোৱা পানী বন্ধ কৰি দিয়াৰ পাছত পাকিস্তানৰ নাগৰিকৰ মাজত পানীৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ভিডিঅ’টোত দেখা গৈছে যে একাংশ পুৰুষ-মহিলাই হাতে হাতে পাত্ৰ লৈ কোনো সামগ্ৰীৰ বাবে হাহাকাৰ কৰিছে। কন্দা কটা কৰিছে। সেই ভিডিঅ’টোৰে ব্যৱহাৰকাৰীয়ে সেয়া পাকিস্তানৰ শেহতীয়া পানীৰ […]

Continue Reading

যুদ্ধ বিধ্বস্ত গাজাৰ অৱস্থাক লৈ নিৰ্মাণ কৰা বাস্তৱভিত্তিক তথ্যচিত্ৰৰ দৃশ্যকে পাকিস্তানী নাগৰিকে দেশ এৰি পলায়ন কৰা দৃশ্য বুলি মিছাকৈ প্ৰচাৰ। 

শেহতীয়াকৈ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত অসমৰ সামাজিক মাধ্যমত সেই ঘটনাটোৰ লগত সংগতি ৰাখি বিভিন্ন ফটো, ভিডিঅ’ প্ৰচাৰ হৈ আছে। তাৰে কিছুমানৰ সত্যতা নিৰূপণ ইতিমধ্যেই আমি কৰিছোঁ। এই বিষয়টোৰ সৈতে সাঙোৰ খাই থকা আন এক ভিডিঅ’ এক ব্যৱহাৰকাৰীয়ে আপলোড কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। দৃশ্যটোত দেখা গৈছে যে এক যুদ্ধ বিধ্বস্ত অঞ্চলৰ পৰা শিশু-মহিলাকে ধৰি অসংখ্য […]

Continue Reading

২০২৩ চনৰ অক্টোবাৰৰ ফটো ব্যৱহাৰ কৰি সেয়া ২০২৫ৰ জানুৱাৰীৰ আক্ৰমণৰ ঘটনা বুলি প্ৰচাৰ কৰা হৈছে।  

শেহতীয়াভাৱে  যোৱা ১৭ জানুৱাৰী ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এখন ফটো আপলো়ড কৰি সেইখন সেইদিনটোত গাজাত ইজৰাইলে আক্ৰমণ কৰাৰ পাছৰ ফটো বুলি দাবী কৰিছে। পোষ্টটোত লিখিছেঃ- আকৌ এবাৰ গাজাত ইজৰাইলৰ বিমান আক্ৰমণত ৭৩ জন লোকৰ মৃত্যু । ইজৰাইলৰ বায়ুসেনাই বৃহস্পতিবাৰে গাজা ষ্ট্ৰিপত বিমান আক্ৰমণ চলায়। ইজৰাইলৰ বিমান আক্ৰমণত গাজা ষ্ট্ৰিপত মৃত্যু হৈছে কমেও ৭৩জন পেলেষ্টাইনী। […]

Continue Reading