বাংলাদেশৰ গাজীপুৰৰ ঢাকা-মৈমনসিং হাইৱেৰ ফটো অসমৰ বুলি ভাইৰেল।
শেহতীয়াকৈ গুলপীয়া ৰঙৰ ফুলেৰে আবৃত এক পথৰ ফটো ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে সেয়া অসমৰ এক ৰাজপথৰ ফটো। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি প্ৰথমে ভাইৰেল ফটোকেইখনৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ তেতিয়া আমি “Our Gazipur” নামৰ এটা ফেচবুক পেজত […]
Continue Reading
