অসমৰ বানপানী: কাৰণ, পৰিণাম, ক্ষতি আৰু চৰকাৰৰ প্ৰতিক্ৰিয়া

পাতনি   বৰ্ষাকালত অসমত বানপানী হৈয়েই থাকে, কিন্তু ২০২৫ চনৰ বানপানীয়ে আকৌ এবাৰ অসমবাসীক কঠোৰ পৰীক্ষাৰ সন্মুখীন কৰোৱাছে। এই বানপানীয়ে হাজাৰ হাজাৰ লোকক গৃহহীন কৰিছে, জীৱ-জন্তু, খেতি-বাতি আৰু সা-সম্পত্তিৰ অপৰিমেয় ক্ষতি সাধন কৰিছে। এই লেখাত আমি এই বানপানীৰ কাৰণ, পৰিণাম, ক্ষতি আৰু চৰকাৰৰ প্ৰতিক্ৰিয়া সম্পৰ্কে সংক্ষিপ্তকৈ আলোচনা কৰিম।   অসমৰ বানপানীৰ মূল কাৰণ:   ১. বৰষুণৰ বৃদ্ধি: এইবাৰৰ […]

Continue Reading

হিমাচল প্ৰদেশৰ পুৰণি ভিডিঅ’ গুৱাহাটীৰ শেহতীয়া বানপানীৰ দৃশ্য বুলি ভাইৰেল।

কেইখনমান দোকান বানপানীত উটুৱাই নিয়াৰ ভিডিঅ’ এটা শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে ভাইৰেল ভিডিঅ’টোত অসমৰ গুৱাহাটীৰ শেহতীয়া বান পৰিস্থিতিৰ দৃশ্য দেখা গৈছে। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট […]

Continue Reading

যোৱা এপ্ৰিলৰ কলম্বিয়াৰ বাৰাংকুইলাৰ বানপানীৰ ভিডিঅ’ এটা গুৱাহাটীৰ শেহতীয়া বানপানীৰ সময়ৰ বুলি মিছাকৈ প্ৰচাৰ।    

শেহতীয়াকৈ যোৱা ৩০ মে’ ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই দৃশ্য গুৱাহাটীৰ অতি শেহতীয়া বান পৰিস্থিতত পানীৰ ওপৰত এজন লোকে এখন চোফাত বহি উপঙি গৈ থকা বুলি দাবী কৰা হৈছিল।   Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা […]

Continue Reading

২০২০ চনৰে পুৰণি ভিডিঅ’ এটা গুৱাহাটীৰ শেহতীয়া বানপানীৰ সময়ৰ বুলি মিছাকৈ প্ৰচাৰ।    

শেহতীয়াকৈ যোৱা ৩০ মে’ ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই দৃশ্য গুৱাহাটীৰ অতি শেহতীয়া বান পৰিস্থিতত পানীৰ ওপৰত এপাত চেণ্ডেলৰ ওপৰত এটা নিগনি উপঙি থকা বুলি দাবী কৰা হৈছিল।  লিখিছিল- কিমান দুখৰ জীৱন হৈছে গুৱাহাটীত। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন […]

Continue Reading

মৌলৱী এজনে সৰু ল’ৰা এজনৰ ডিঙিৰ তাবিজ চিঙি আঁতৰোৱা এই ঘটনাৰ কোনো সাম্প্ৰদায়িক দিশ নাই।

বাংলাদেশৰ শেহতীয়া বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বাংলাদেশৰ বিভিন্ন দল সংগঠনৰ বান সাহায্য বিতৰণৰ বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। কিছুসংখ্যক পোষ্ট সাম্প্ৰদায়িক দিশেৰেও শ্বেয়াৰ কৰা দেখা গৈছে। তেনে ধৰণৰ এটা পোষ্ট আমি ফেচবুকত পালোঁ। পোষ্টটোত এখন ফটো আৰু এটা ভিডিঅ’ সংলগ্ন কৰা হৈছিল। ফটোখনত বাংলাদেশৰ ইস্কন মন্দিৰৰ সদস্যক বান সাহায্য বিতৰণ কৰা দেখা গৈছে। […]

Continue Reading

জাপানৰ পুৰণি ভিডিঅ’ বাংলাদেশৰ শেহতীয়া বানপানীৰ দৃশ্য বুলি ভাইৰেল।

বানপানীৰ মাজত ঘৰৰ চাদত আবদ্ধ কেইগৰাকীমান লোকক হেলিকপ্টাৰেৰে উদ্ধাৰ কৰা এক দৃশ্য ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে এয়া বাংলাদেশৰ শেহতীয়া বানপানীৰ দৃশ্য। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। […]

Continue Reading

ফটোখনত দেখুওৱা ৰে’ল ষ্টেচনটো পাকিস্তানৰ নহয়

শেহতীয়াকৈ পাকিস্তানত হোৱা বিধ্বংসী বানপানীয়ে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰা দেখা গৈছে। এই সময়ত বিভিন্ন ফটো তথা ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। আমাৰ হোৱাটচ‌এপ নম্বৰলৈও পাকিস্তানৰ বানপানীৰ বুলি Zee news ত প্ৰকাশ পোৱা এখন ফটো আহিছিল। ফটোখনত পানীত ডুব যোৱা ট্ৰেইন আৰু ৰে’ললাইন দেখুৱাই সেয়া পাকিস্তানৰ বুলি দাবী কৰা হৈছিল। Archived Link Archived […]

Continue Reading