ফিজি পৃথিৱীৰ একমাত্ৰ কেন্সাৰবিহীন দেশ নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।
শেহতীয়াকৈ ফেচবুকত এটা বিশেষ পোষ্ট আমাৰ দৃষ্টিগোচৰ হ’ল। পোষ্টটোত দাবী কৰা হৈছে যে ‘ফিজি’ পৃথিৱীৰ একমাত্ৰ কেন্সাৰবিহীন দেশ। Facebook Link | Archived Link. কিন্তু এই দাবী সঁচানে? আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি প্ৰথমে গুগলত প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া ফিজিৰ স্বাস্থ্য আৰু চিকিৎসা সেৱা মন্ত্ৰালয়ৰ (Ministry […]
Continue Reading