সঁচাকৈয়ে ছেবাই সকলো পৰীক্ষা বাতিল কৰিছে নেকি?

শেহতীয়াকৈ অসমৰ ছ’চিয়েল মিডিয়া বিশেষকৈ ফেচবুক, শ্বেয়াৰচেট আদিত কিছুমান তথ্য ভাইৰেল কৰা হৈছে যে ছেবাৰ দ্বাৰা নিয়ন্ত্ৰিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আটাইকেইখন প্ৰশ্নকাকত ফাদিল হৈছে আৰু সকলো পৰীক্ষা বাতিল কৰা হৈছে। লগতে সকলো ছাত্ৰ-ছাত্ৰীকে পাছ কৰাই দিয়া হব বুলিও খবৰ বিয়পাই দিয়া হৈছে।  Archived Link  কেৱল ইমানেই নহয় ১৮ মাৰ্চ ২০২৩ শনিবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ভূগোলৰ […]

Continue Reading

২০২৩ বৰ্ষৰ ভূগোল বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱা নাই।

২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰশ্নকাকত ফাদিলৰ ঘটনাই সমগ্ৰ অসমতে তোলপাৰ লগোৱাৰ সময়তে শেহতীয়াকৈ ভূগোল বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱা বুলিও চ’চিয়েল মেডিয়াত বিভিন্ন পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। ভূগোল বিষয়ৰ প্ৰশ্নকাকতৰ প্ৰথম পৃষ্ঠাৰ এখন ফটো চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে।  Facebook Link | Archived Link Facebook Link | Archived Link Facebook Link | Archived […]

Continue Reading

এই ভিডিঅ’টো তামিলনাডুৰ চেন্নাইৰ নহয়

অলপতে এটা ভিডিঅ’ আমাৰ হোৱাটচ‌এপ নম্বৰলৈ ফ’ৰৱাৰ্ড কৰা হৈছিল। “তামিলনাডুৰ চেন্নাইত কি ঘটনা ঘটি আছে” – এইদৰে আমালৈ ভিডিঅ’টো ফ’ৰৱাৰ্ড কৰা হৈছিল। ভিডিঅ’টোত দেখা গৈছে যে তিনিজন মাস্ক পৰিহিত মানুহে এজন ব্যক্তিক  আক্ৰমণ কৰিছে আৰু ব্যক্তিজন দৌৰি পলাইছে। Archived Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ। সত্যতা নিৰূপণ […]

Continue Reading

এই ভিডিঅ’টো সঁচাকৈয়ে তামিলনাডুৰ হয়নে?

শেহতীয়াকৈ তামিলনাডুত উত্তৰ ভাৰতীয় প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত সংঘটিত হিংসাত্মক কাৰ্য্য হিচাপে দুষ্কৃতিকাৰীয়ে বহু মিছা ভিডিঅ’ প্ৰচাৰ কৰিছে। তামিলনাডু আৰক্ষীয়ে এই ভিডিঅ’সমূহক ৰাজ্যখনৰ প্ৰব্ৰজিত শ্ৰমিকসকলৰ মাজত বিয়পি পৰা মিছা অপপ্ৰচাৰৰ অংশ বুলি অভিহিত কৰিছে। তামিলনাডুত উত্তৰ ভাৰতীয় প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত আক্ৰমণৰ উৰাবাতৰি আৰক্ষীয়ে খাৰিজ কৰি প্ৰব্ৰজিত শ্ৰমিকৰ বাবে বিশেষ হেল্পলাইন তৈয়াৰ কৰিছে। আৰক্ষীৰ পৰা স্পষ্টীকৰণ আৰু […]

Continue Reading

২০১৪ চনলৈকে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত সঁচাকৈয়ে মাত্ৰ এখনেই দলং আছিলনে?

অলপতে এটা টুইটাৰ একাউণ্টৰ পৰা কৰা টুইট এটা আমাৰ দৃষ্টিগোচৰ হ’ল। টুইটটোত লিখা আছিল এইদৰে “২০১৪ চনলৈকে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মাত্ৰ এখনেই দলং আছিল। এই নদীয়ে উত্তৰ-পূৱক দুভাগত বিভক্ত কৰিছে। যদি শত্ৰুৱে সেই একমাত্ৰ দলঙখন কাটি পেলায়, মিলিটেৰীয়ে কি কৰিব? মানুহৰ সমস্যাবোৰ কল্পনা কৰক। আজি তাত ছখন দলং আছে। সপ্তমখন নিৰ্মাণ হৈ আছে।  লিবাৰেলসকল: ধন্যবাদ […]

Continue Reading

এই ভিডিঅ’ ক্লিপকেইটা তাজিকিস্তানৰ ভূমিকম্পৰ হয়নে?

যোৱা ২৩ ফেব্ৰুৱাৰীত তাজিকিস্তানত হোৱা ৬.৮ প্ৰাবল্যৰ ভূমিকম্প‌ৰ কম্পন চীন আৰু অন্যান্য চুবুৰীয়া দেশতো অনুভূত হৈছিল। ইয়াৰ পিছতে চ’চিয়েল মেডিয়াত তাজিকিস্তানৰ ভূমিকম্পৰ বুলি দাবী কৰি বিভিন্ন ভিডিঅ’ শ্বেয়াৰ হোৱা দেখা গৈছে। এনেধৰণৰ এটা ভিডিঅ’ আমি ফেচবুকত পালোঁ। তাজিকিস্তানৰ ভূমিকম্প বুলি মূল ভিডিঅ’টোৰ আৰম্ভণিত দুটা ভিডিঅ’ ক্লিপ দেখুৱাই বাতৰি পৰিৱেশন কৰা হৈছিল। Facebook Link | Archived […]

Continue Reading

এই স্ক্ৰীনশ্বটকেইটা সঁচাকৈয়ে ড° হিমন্ত বিশ্ব শৰ্মাৰ টুইটৰ হয়নে?

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ দুটা পোষ্ট ফ’ৰৱাৰ্ড কৰা হৈছিল। পোষ্ট দুটা আছিল অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ টুইটৰ স্ক্ৰীনশ্বট। এটা পোষ্ট আছিল এনেধৰণৰ –”কি ভাবিছা গোটেই বছৰ মবাইল টিপি 1st div পাবা HSLC পাছ কৰাই দিয়া হৈছিল বুলি তোমালোক এইবাৰো ভাবিচা পাছ কৰিবা” Archived Link আনটো পোষ্টত লিখা আছিল এইদৰে -“সকলো ছাত্ৰ-ছাত্ৰী কে ৩০ […]

Continue Reading

“দ কাশ্মীৰ ফাইল্চ” ছবিখনে সঁচাকৈয়ে “দাদাচাহেব ফাল্কে বঁটা” লাভ কৰিছেনে?

বহুলভাৱে চৰ্চিত ছবি “দ কাশ্মীৰ ফাইল্চে” ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ “দাদাচাহেব ফাল্কে বঁটা” লাভ কৰা বুলি এটা বাতৰি চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। Facebook Link | Archived Link আনকি ছবিখনৰ পৰিচালক বিবেক ৰঞ্জন অগ্নিহোত্ৰীয়েও নিজৰ টুইটাৰ একাউণ্টৰ পৰা এই খবৰটো টুইট কৰিছিল। এই টুইটটোত “DadaSahebPhalkeAwards2023” হেশ্বটেগৰ ব্যৱহাৰ কৰা হৈছিল। Archived Link কিন্তু সেই টুইটটোত […]

Continue Reading

২০২৩ চনৰ ফেব্ৰুৱাৰী মাহটো সঁচাকৈয়ে বিৰল মাহ হয়নে?

চ’চিয়েল মেডিয়াত ফেব্ৰুৱাৰী মাহ সম্পৰ্কে এটা বিশেষ পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। পোষ্টটোত লিখা আছে এইদৰে “২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ এই মাহটো অত্যন্ত বিৰল, মোৰ-আপোনাৰ জীৱনৰ শেষ মাহ। কেৱল সেয়াই নহয়, অহা কেইশমান প্ৰজন্ম‌ইও এই মাহটো দেখা নাপাব কাৰণ এই মাহত ৪ শনিবাৰ ৪ দেওবাৰ ৪ সোমবাৰ ৪ মঙলবাৰ ৪ বুধবাৰ ৪ বৃহস্পতিবাৰ ৪ শুকুৰবাৰ […]

Continue Reading

ৰাছিয়ান খেলুৱৈ এগৰাকীয়ে ৰেফাৰীক দাঙি বাস্কেটত সুমুৱাই দিয়া ভিডিঅ’টো সত্য ঘটনাৰ হয়নে?

শেহতীয়াকৈ এটা বিশেষ ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টোত দেখা গৈছে  এখন মহিলাৰ বাস্কেটবল প্ৰতিযোগিতা। তাত দেখা গৈছে যে ৰঙা টি-ছাৰ্ট পৰিহিত এগৰাকী ওখ খেলুৱৈয়ে ৰেফাৰীক দাঙি বাস্কেটত সুমুৱাই দিছে। ভিডিঅ’টোৰ কেপশ্বনত লিখা আছিল এইদৰে “ৰাছিয়া আৰু ফ্ৰান্সৰ মহিলা দলৰ মাজত বাস্কেটবল প্ৰতিযোগিতা। ৰেফাৰীৰ এটা ভুল সিদ্ধান্তত,খঙত এগৰাকী ৰাছিয়ান খেলুৱৈয়ে, ৰেফাৰীক পুতলাৰ দৰে […]

Continue Reading