ইজৰাইলত থকা আমেৰিকাৰ দূতাবাস ধ্বংস কৰি পেলোৱা হৈছেনে সঁচাকৈ?

শেহতীয়াকৈ অসমৰ হোৱাটছএপত এটা চমু ভিডিঅ’ ভাইৰেল হৈছে। ভিডিঅটোত দাবী কৰা হৈছে যে ইজৰাইলস্থিত আমেৰিকাৰ দূতাবাস ধ্বংস কৰি দিয়া হৈছে। আমাৰ 24*7 ফেক্টলাইন নম্বাৰ 9049053770লৈয়ো সেই ভিডিঅ’টো প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে তাৰ সত্যতা জানিবৱৈ আগ্ৰহ প্ৰকাশ কৰিছে। Archived Link ভিডিঅ’টোত দেখা গৈছে যে এটা সুদৃশ্য অট্টালিকা খহি পৰিছে। দাবী কৰা হৈছে যে সেইটো ইজৰাইলত থকা […]

Continue Reading

চীনত নিৰ্মিত বিষাক্ত ফটকা সম্পৰ্কে ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ তৰফৰ পৰা সতৰ্কবাণী দিয়া হৈছে নেকি?

দীপাৱলী সমাগত। এনে সময়তে চ’চিয়েল মেডিয়াত এটা বিশেষ বাৰ্তা বহুলভাৱে শ্বেয়াৰ হোৱা দেখা গৈছে। বাৰ্তাটো এনেধৰণৰ – “চোৰাংচোৱা তথ্য অনুসৰি যিহেতু পাকিস্তানে ভাৰতক পোনপটীয়াকৈ আক্ৰমণ কৰিব নোৱাৰে, সেয়েহে চীন দেশক  ভাৰতৰ ওপৰত  প্ৰতিশোধৰ দাবী জনাইছে।  ভাৰতত হাঁপানী বিয়পাবলৈ চীনে কাৰ্বন মনোক্সাইড গেছ প্ৰয়োগ কৰি  বিশেষ ধৰণৰ বিষাক্ত ফটকা  সাজি উলিয়াইছে  ।   ইয়াৰ উপৰিও ভাৰতত […]

Continue Reading

অন কেমেৰা সাংবাদিকৰ মৃত্যু হোৱা এই ভিডিঅ’টো ইজৰাইল আৰু হামাছৰ মাজত বৰ্তমান চলি থকা যুদ্ধৰ নহয়।

হামাছ আৰু ইজৰাইলৰ মাজত চলি থকা সংঘাতৰ মাজতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে দুজন পেলেষ্টাইনী লোকে মিছাইলৰ আঘাত পোৱাৰ ভিডিঅ’। ভিডিঅ’টোত দুজন লোকক সংঘাতজৰ্জৰ অঞ্চলৰ পৰা পলাই যোৱা দেখা গৈছে। কেমেৰা কঢ়িয়াই নিয়া ব্যক্তিজনে বোমাবৰ্ষণৰ পৰা হাত সাৰিবলৈ আলোচনা কৰা শুনা যায়। হঠাৎ এটা ডাঙৰ শব্দ হয় আৰু কেমেৰাটো মাটিত বাগৰি পৰে। ৰেকৰ্ডিং চলি থাকে […]

Continue Reading

প্ৰধানমন্ত্ৰী মোদীয়ে সাক্ষাৎকাৰত হিন্দুত্বক তেওঁলোকৰ নিৰ্বাচনী কাৰ্ড বুলি কৈছিল নে সঁচাকৈ?     

শেহতীয়াভাৱে অসমৰ হোৱাটছএপত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা বহুবছৰ পুৰণি সাক্ষাৎকাৰৰ কিয়দংশ দেখা গৈছে, য’ত তেওঁ হিন্দুত্ব তেওঁলোকৰ বাবে তাছৰ পাতৰ দৰে বুলি কোৱা শুনা গৈছে। দাবী কৰা হৈছে যে মোদীয়ে এইদৰে হিন্দুত্বক তেওঁলোকৰ এক নিৰ্বাচনী সুবিধা লাভৰ বিষয় হিচাপে অভিহিত কৰিছিল।   Archived Link  আমাৰ 24*7 ফেক্টলাইন নম্বৰ […]

Continue Reading

এই ভিডিঅ’টো পেলেষ্টাইনৰ সমৰ্থনত ফ্ৰান্সত হোৱা প্ৰতিবাদৰ নহয়।

৭ অক্টোবৰত হামাছে ইজৰাইলক আক্ৰমণ কৰাৰ পিছত ফ্ৰান্স চৰকাৰে ১২ অক্টোবৰত পেলেষ্টাইনৰ সমৰ্থন কৰা সকলো প্ৰতিবাদ নিষিদ্ধ কৰিছিল, কাৰণ ইয়াৰ ফলত জনশৃংখলা বিঘ্নিত হোৱাৰ সম্ভাৱনা আছিল। তথাপিও পেৰিছ আৰু দেশৰ অন্যান্য অঞ্চলত প্ৰতিবাদ সংঘটিত হৈছে। এই পৰিস্থিতিত ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত শেহতীয়াকৈ সংঘাতৰ মাজত পেলেষ্টাইনীসকলৰ সমৰ্থনত ফৰাচী নাগৰিকসকলে সমদল চলোৱাৰ […]

Continue Reading

শ্বাহৰুখ খানে পেলেষ্টাইনৰ সমৰ্থনত পেলেষ্টাইনৰ পতাকাৰ জেকেট পৰিধান কৰিছে নেকি?

শেহতীয়াভাৱে অসমৰ হোৱাটছএপত এখন ফটো ভাইৰেল হোৱা আমাৰ দৃষ্টিগোচৰ হৈছে। ফটোখনত ভাৰতৰ জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খানে এটা বিশেষ বৰণৰ জেকেট পিন্ধা দেখা গৈছে। লগতে এখন পতাকাও দেখা গৈছে। দাবী কৰা হৈছে যে শ্বাহৰুখ খানে পেলেষ্টাইনৰ সমৰ্থনত পেলেষ্টাইনৰ পতাকাৰ জেকেট পৰিধান কৰিছে।   Archived Link কিন্তু এই দাবীটো সত্য হয়নে?   আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন […]

Continue Reading

এই ভিডিঅ’টো পুৰণি আৰু হামাছ-ইজৰাইলৰ লগত সম্পৰ্কিত নহয়।

এতিয়ালৈকে ইজৰাইল আৰু হামাছৰ যুদ্ধত গাজাত সাত হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে। এতিয়া এই যুদ্ধ কেৱল ইজৰাইল আৰু হামাছৰ মাজৰ হৈ থকা নাই। কাৰণ এই বিষয়ত ইছলামিক দেশবোৰ ইজৰাইলৰ বিৰুদ্ধে আছে আৰু তুৰস্কই ইজৰাইলক অহৰহ আক্ৰমণ কৰি আছে। এই প্ৰেক্ষাপটত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে, য’ত দাবী কৰা হৈছে যে পেলেষ্টাইন সমৰ্থক প্ৰতিবাদকাৰীয়ে […]

Continue Reading

চিৰিয়াৰ ২০২০ চনৰ ভিডিঅ’কে এতিয়াৰ ইজৰাইল-পেলেষ্টাইনৰ বুলি ভাইৰেল কৰা হৈছে।      

শেহতীয়াভাৱে অসমৰ হোৱাটছএপত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এটি কণমানি কন্যা শিশুৱে নিজ পিতৃৰ কাষত উমলি থকা দেখা গৈছে। লগতে দেখা গৈছে যে বোমাৰ শব্দ শুনাৰ লগে লগেই কন্যা শিশুটিয়ে জোৰ জোৰ কৈ হাঁহিছে। ভিডিঅ’টো প্ৰেৰণ কৰি বহু ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে পেলেষ্টাইনৰ এগৰাকী পিতৃয়ে এইদৰে নিজৰ কণমানি কন্যাটোক ভয়ৰ সৈতে সহবাস কৰিব পৰাকৈ […]

Continue Reading

এই ভিডিঅ’টোত দেখা মহিলাগৰাকীক হামাছে অপহৰণ কৰিছিলনে?

সাক্ষাৎকাৰৰ সময়ত এগৰাকী মহিলাই কান্দি কান্দি এটা বেদনাদায়ক অভিজ্ঞতাৰ কথা কোৱাৰ ভিডিঅ’ সম্প্ৰতি চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। চ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে এই মহিলাগৰাকী এগৰাকী ইজৰাইলী মহিলা যাক হামাছে বন্দী কৰি নিজৰ সন্তানৰ মাংস খুৱাইছিল। ভিডিঅ’টো শ্বেয়াৰ কৰি চ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে হামাছৰ সন্ত্ৰাসবাদীয়ে এই ইজৰাইলী মহিলাগৰাকীক অপহৰণ কৰি বলপূৰ্বকভাৱে ১ […]

Continue Reading

এই কোম্পানীসমূহ ইজৰাইলৰ নহয়।

বৰ্তমান ইজৰাইলৰ সামগ্ৰী বৰ্জন কৰাৰ ওপৰত পোষ্ট বিভিন্ন চ’চিয়েল মেডিয়া প্লেটফৰ্মত ট্ৰেণ্ডিং হৈ আছে। ইজৰাইলৰ সামগ্ৰী বৰ্জন কৰিবলৈ আনক উৎসাহিত কৰি মানুহে পেলেষ্টাইনৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে। তেনে এটা পোষ্টত ১৯টা কোম্পানীৰ নাম উল্লেখ কৰা হৈছে। ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে এই ১৯টা কোম্পানী ইজৰাইলৰ আৰু মানুহে ইয়াক বৰ্জন কৰাটো প্ৰয়োজন। Facebook Link | Archived Link […]

Continue Reading